পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৭ বহুবচন সর্বনাম পুৰণি অসমীয়া এই ইশষ (তুচ্ছার্থে : স্ত্রীলিঙ্গত)। বৰ্তমানৰ দৰে (৩) কুর্তী নিবাচক সর্বনাম (Far demonstative pronoun) ৩২৫। হিন্দী আদি প্রাকৃতিক ভাষাৰ দৰে দূৰাৰ্থক নিশ্চয়বাচক সর্বনাম যেনে, হিন্দী উ, ও, বই, বজলা ও, উনি—অসমীয়াত বৰ অসম্পূর্ণ। অসমীয়া সৌ, সেই সংস্কৃত অদস শব্দৰ অনুৰূপ। তাৰ ৰূপ তলত দিলাে। | সৌ, সেই শ (স, অদস শ : that) বিভক্তি একবচন ১। শৌ, সেই সৌৰােৰ, সৌৰিলাক, সেইৰােৰ সেইলিক, সেইগিলা তাক সৌৰােৰ, সেইবােৰক, ইত্যাদি। তাৰে, তাৰ গান, কবি লৌৰােৰৰে, সৌৰিলাকেৰে, সৌৰােৰ বাৰ, সৌবিলাকৰ আৰ, সেইৰােৰৰে, ভ্যাদি। সৌৰােৰ, সৌৰিলাৰ, সেইবােৰ, সেই বিলা, সেইগিলা, ইত্যাদি। (ক) পুৰণি অসমীয়াই ৰা দ শ (স. অ শ : that) বিভক্তি একবচন, বহুবচন উহ, উহাৰ, সৰ, ৰা । উহার, উহা উহাক, ওলক, ওক, ইত্যাদি। (খ) পুৰণি অসমীয়া নেহি শব্দ (স, অদস শব্দ : that) ১। লেছি, সেই শেহির, সেল। ২। আৰ, আৰু সেছিল, সেসৱক, ইত্যাদি। (৪) সাধাৰণ নিশ্চয়বাচক সর্বনাম (General demonstrative pronoun) সি, ভাই (he, she, it: স ভ শন) ৩২৬। এই সর্বনাম মান্যার্থত তেওঁ’ বা ‘তেখেত’ আৰু তুর্থত পুংজীব লিত সি আৰু যীলিত তাই হয়। | 23