পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (ক) তে শব্দ (স. ত : he, she, it) | মান্যার্থত—ত্রিলিঙ্গ বিভক্তি বহুবচন তেওঁ, তেখেত বা তেখেতে, তেওঁলােক, তেখেতসকল, তেওঁলােকে, তামি তেখেতসকলে, উহা বা তাহনা, তাহন, তাৰা, মিৰা তেওঁক, তেখেতক, তামাক তেওঁলােক, তেখেতসকলক, তাহাক | (বা তাহাক), তাক, তামিক | তেওঁৰে, তেওঁৰ , তেওঁকছি, তেওঁলােকেৰে, তেওঁলােকৰ বাৰা, তেখেতেৰে তেখেতৰ , তেওঁলােকেদি, ইত্যাদি। তেখেতৰুদি, তামাকদি তেওঁৰ, তেখেতৰ, তেওঁলােকৰ, তেখেতসকলৰ, তাহাৰ, আমাৰ তাৰাৰ, মিৰাৰ দ্রষ্টব্য : তেখেত উজনিত আৰু তাহা, আমি, তাহুন নামনিত চলে। (খ) সি শব্দ (স. তদ্ : he, it ) | তুচ্ছাৰ্থত—পুং-ক্লীবলিঙ্গত একবচন বহুবচন সিহঁত, সিহঁতে, তাহঁত, তাহঁতে, সিবিলাক, সিবিলাকে, সিবােৰ, সিবােৰে, সিগিলা, সিগিলাই, সিস, সিসৱে সিহঁতক,তাহঁতক, সিবিলাকক, সিবােৰক, সিসৱক, সিগিলাক। তাৰ সিহঁতৰ, তাহঁতৰ, সিবিলাকৰ, সিবােৰৰ সিস, সিগিলাৰ, তাথেৰ, ইত্যাদি। বিভক্তি (গ) তাই শব্দ (স. ত : she) তুচ্ছার্থে–স্ত্রীলিঙ্গত একবচন বহুবচন তাইহঁত, তাইহঁতে তাই ইহঁতক, ইত্যাদি।