পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সর্বনাম ২২৫ অন্যান্য ব্যক্তিবাচক সর্বনাৰ (Other personal pronouns) | (২) অপূব নিশ্চয়বাচক সর্বনাম (Proximate demonstrative pronoun) ৩২৩। সংস্কৃত ইদম্, অ. ই (he, it); স. এত, অসমীয়া এই (this); স, অস, অ. সৌ, সেই (that); স. যদ, অ. যি (who, which); স. ত, অ, সি (he, it ), তাই (she); স. কিম্, অ, কোন ( who) স, কোহপি, অ. কোনাে (any one)—এই কেইটাও ব্যক্তিবাচক সর্বনাম। তলত ৰূপ দিয়া হল। অদূৰবর্তী নিশ্চয়বাচক : এই, ই (he, it, this : স. এত, ইদম্) মান্যার্থত ( উভয় লিঙ্গত) : এওঁ (he : স. এতদ)। বিভক্তি একবচন বহুবচন এওঁ, এখেত, ইমি এওঁলােক, এখেতসকল ইসল, আৰ, আৰাস, নাই, ইমি।। ২। এওঁক, এখেতক, ইমা, এওঁলােকক, এখেতসকলক, ইত্যাদি। ইসকলক, আৰাক, আসৱক, আহক, ইমিক তুচ্ছাৰ্থত (পু. বা ক্লী, লিঙ্গত): ই (he, it, this : স. ইদম্ ) ইহঁত, ইহঁতে, ইবিলাক, ইবিলাকে, ইবােৰ, ইবােৰ, ইগিলা, ইগিলাই ২। ইয়াক, ইহঁতক, ইবিলাকক, ইবােৰক, ইত্যাদি। ইগিলাক | তুচ্ছাৰ্থত (স্ত্রীলিঙ্গত): এই (she : স. এতদ) এইহঁতে এইক, ইত্যাদি। ১।