সর্বনাম ২২৩ পৰা ‘তােহাে’ আৰু ‘তুহ’ৰ পৰা ‘তােহ’ (যেনে, তােহােৰ, তােহৰ) ওলাইছে। তেৰি, তেৰা আদিৰ মূল স. তব কৃত (done by you), প্রা. তুহ (তই) কেৰি, তুহ (তই) কেৰা =ত + এৰি, ত+এৰা বুলি বােধহয়। স, ত, প্রা. ‘তুৱ’পৰা আর্থিক প্রত্যয় ‘অ’ যােগত পু, অসমীয়া ‘তুৱা ওলাইছে। স, তৱ, প্রা. ‘তু’ৰ পৰা পু. অসমীয়া ‘তযু’ আহিছে। ৩২০। তুচ্ছার্থ-ৰূপৰ মুল (Derivation of contemptuous forms) (ক) সৰল আকৃতি (Direct forms): বহুবচন অসমীয়া ৰূপ তহঁত’ বাস্তৱিকে যুগ্ম শব্দৰ ৬ষ্ঠীৰ একবচনত যুক্ত সংস্কৃত ভৱৎ শব্দৰ প্ৰথমাৰ একবচন ভন্ শব্দ। যেনে, স. ত্বত্ ভন্ আগতঃ = অপ—তউ হােতউ আগদো =অস. তােহঁত আহিলি ($ ২৩৩)। বর্তমানত ‘তােহঁতৰ ঠাইত তহঁত হৈছে ($ ১২•)। সমার্থক শব্দ যােগ হােৱাত বহুবচনৰ অৰ্থ বুজাইছে। (সংস্কৃত ত্বদীয় ), অপ, ‘তুহাৰাৰ পৰা অসমীয়া আৰু হিন্দী ‘তােৰা ওলাইছে। ই বাস্তৱিকে স. ত কৃতং =তুহ+কে= তুহাৰ বুলি বিশ্বাস হয়। পু, অসমীয়া ‘তােহােৰা সম্ভৱতঃ অপভ্রংশ তু (হেমচ ৪৩৭২) বা র্থিক প্রত্যয় ‘ক’ যােগত লব্ধ ‘তু উৰ ৰূপান্তৰ। পু, অসমীয়া তুহ (তুহান) আৰু বর্তমান তুহুন (তুই ), তুহী প্রাকৃত তুহাণ ( ৩১১) আৰু অপভ্র, তুহুং (হেমচ, ৩৩৬৮)-ৰ ৰূপান্তৰ হব পায়। হিন্দী তােহন আৰু অসমীয়া তুহন আৰু তুহু (তুহু) একে শব্দ। (খ) তির্যক আকৃতি (Oblique forms): বহুবচন তির্যক আকৃতি ‘তােহা’ বা ‘তোহা প্রাকৃত ৬ষ্ঠীৰ বহুবচনৰ ৰূপ ‘তুমহাণং ( ৩১১), মা, প্রা. তুমহাহঁ (হেম. ৪৩০• )-ৰ পৰা ওলাইছে বুলি বিশ্বাস হয়। তােথৰ = তুহ+তণি ($ ২৭৫)। ১। ওসিসত্যাং ততুহু।—হেমচ, ৪৩৭২ ২। যুদেদেৰীয় ৰ।-হেমচ, ০৪৩১
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫১
অৱয়ব