পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১১ সর্বনাম ৩৭। বর্তমান অসমীয়া : অস্মন্ শব্দ—মই (I) : উভয় লিঙ্গত বিভক্তি একবচন মৌলিক বহুবচন যৌগিক বহুবচন ১। মই (মৈ, ময়) আমি আমালােক, আমালােকে, আমি আমাক আমালােকক আমিক মােৰ, মােৰ দ্বাৰা, আমাৰে, অামাৰ দ্বাৰা, আমালােকেৰে, মােকনি। আমাকদি আমালােকৰ দ্বাৰা, আমালােকেজি, আমালােককদি, নামিকদি ৪। মােক, মােলৈ, মােক লাগি আমাক, আমালৈ, আমালােক, আমাক লাগি। আমালােকলৈ, আমালােকক লাগি আমিক মােৰ পৰা আমাৰ পৰা আমালােক পৰা, আমিৰাৰ পৰা মােৰ আমাৰ • আমালােকৰ আমিৰ মােক আমত অামালােকত আমিত লাগি বিভক্তি নামনি আসামত হে চলে। ওপৰৰ ৰূপৰ পৰা দেখা যাব যে অস্মন্ শব্দৰ সৰল আকৃতি (direct form) একবচনত মই’ (মৈ বা ময়) আৰু বহুবচনত ‘আমি’। ইয়াৰ তির্যক আকৃতি (oblique form) একবচনত ‘মাে’ (যেনে-মােক, মােৰ, মাে-লৈ, ইত্যাদি) আৰু বহুবচনত ‘আমা’, (যেনে, আমা-ক, আমা-লােক, ইত্যাদি) হয়। একবচনৰ সৰল আকৃতি অসমীয়া, বঙ্গালী, উৰিয়া আৰু হিন্দী প্রায় একে-অ. মই (মৈ বা ময়), ব, মুই, উ, মু আৰু হি. মৈ। অসমীয়া পুৰণি বর্ণবিন্যাস মঞি, | হিন্দী মৈৰ উচ্চাৰণৰ অনুৰূপ। তির্যক আকৃতিৰ (অর্থাৎ ২য়াৰ পৰা ৭মী 29