পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পুৰণি অসমীয়া : অস্মন্ শব্দ (মই বা মঞি -I) : উভয় লিঙ্গত বিভক্তি একবচন বহুবচন ১। মঞি১, ময়ি, মই, আমি আহমি, আমি, আমিসৱ, আমাশয়, মােন, মােৰাসতে, আমাৰ, মৰা®, আমৰসৱ'। মােক, মােহাক, আমাক আহ মাক, আমাক, আমাসাক, আমায় মঞি১২, মােক-দি,দিয়া, মােৰ আহমা, আমা-, আসা- (ক দি, দিয়া), আহমাৰ, আমাৰ, আমাৰ-(বাবা) মােক, মােক লাগি আহমাক, আমাক, আষাক, মােহােক, মােহােক লাগি, আমাহাঙ্ক, আহমাক লাগি, আমাক, আমাক লাগি আমাক লাগি, মাসাক লাগি, আমাহাঙ্ক লাগি মােত হয়ে, মােৰ পৰা, আমাত হতে, আমাৰ পৰা আমাত হতে, আমাৰ পৰা মােৰ, মােহােক, মােহােৰ, আমাৰ আমাক, আমাৰ আমসৱৰ, হামাৰ আমাৰ৫, আমাঠে ৭। মঞি, মােত১৬ আমাত। ১। কহিলাে কথা মঞি শুধু ঠাই। দুর্গাবৰ। ২। মই কাৰ সমে•••যুদ্ধ কৰিম। -ত, দে। ৩। তােমাক কাটয় যদি অমৰাইব আমি। দৈ.। ৪। আমিসৱ ৰামৰ লগত চলি যাইবো। —মা. ক.। ৫। নিষ্টে বােলাে তেজিববা আমাৰ। দৈ.। ৬। আৰাক মাৰি আমাৰ জীৱাক ইচ্ছা নকৰিম।—ভ, দে.। ।। ন যাইবাে আমসৱ। -।ৈ ৮। মােক আগে কাটে নাম কামৰাই তুমি। -দৈ. । এৰি যাইবে মােহােক বিকল কৰে মন। —মা. ক.। ১০। আমাক ভজিয়া চণ্ডালাে তৰে সংসাৰ। —মা. সে.। ১১। কৈক যাহা মাৰ আমাক পৰিহৰি। —মা. ক.। ১২। মঞি দত্ত ফলে বিনাশ হয়। —ভট সে.। ১৩। মােত হতে হৰে চৰাচৰ। —মা. দে, ১৪। আমাৰ জীৱিকা বাদাত কহি শুদ্ধ। দৈ ১৫। ভীমৰ বলে আমাৰ ৰল। ৩. দে, ১৬। তাৰ মােত হা। -ভ, সে