অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ভাষাত সাধাৰণত সংস্কৃত সংখ্যাবাচক বিশেষণৰ ব্যৱহাৰ বহুলৰূপে চলে যেনে, প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, একাদশ, একবিংশ, ইত্যাদি। সংস্কৃত প্রাকৃত হিন্দী অসমীয়া পহিল। পহিল পহিলা পহিলা ( ১৬০ ) পটম পচমিয়ে যৌত সাসবাে দৃস। দোচো যৌতক জিনৃতক চতুর্থক তি চৌখা, তেচৰা চৌথ, চউএ চউথা পঞ্চম পংমএ পাঁচ, পঞ্চা, শংএ পঞ্চম যষ্ঠ ছটুঠো, ছট্ঠও পা ছঠা, হঠৱা, ছটুঠা ছয়া, সমক সত্ত সত্তী তেনেকৈ আঠা, নৱা, দহা সিদ্ধ হয়—যেনে, পহিল ঘৰ, তেচৰা কলহ, ইত্যাদি। কেতিয়াবা সংজ্ঞা শব্দটোকে আকাৰান্ত কৰিও বিশেষণ কৰা হয়— যেনে, একু, দুকু (এগাে, দুগগা ), তিনা, চা, পাঞ্চা চল ভ’ল ভাণ্টা। ধাল-খেলাৰ আঠা-পঁচিশ। “দহ-কর্ম’ কৰিছে বা ‘দহা কৰিছে। মাহৰ দিন লেখােতে পহিলা, দোচোৰা, তেচৰা, চৌথা, পাঁচই, হয়ই, সাতই, আঠই, অঠৰই ইত্যাদি আৰু বিশৰ পৰা ত্রিশলৈ—বিশে একুশে, ইত্যাদি—এনেদৰে লেখা হয়। অঙ্কত লেখিব লাগিলে—১লা, ২, ৩, ৫ই, ৮ই, ২৩শে, ইত্যাদি—এনে দৰে লেখা হয়। কিন্তু তিথিৰ বিষয়ত হলে সংস্কৃত শব্দকে লেখা হয়—যেনে, দ্বিতীয়, তৃতীয়া, ইত্যাদি। ১। প্রা. সও, নৃতক; cf. হেমচ, ৪৭৪
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২৮
অৱয়ব