পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংখ্যাবাচক শব্দ v uw

  1. cate G

(৩) আংশিক সংখ্যাবাচক শব্দ (Fractional) ২৯২। অসমীয়া ভাষাত নিম্নলিখিত অংশবাচক' শব্দ ব্যৱহৃত হয়। ভগ্নাংশ সংখ্যা সংস্কৃত প্রাকৃত। হিন্দী অসমীয়া পাদ পাও, পাউ পাৰ, পাও পােবা চতুর্থ চউখ চোথাই চৌ তৃতীয়ক। তইঅএ তিহাই তেহাই (তেই ) অর্ধ, অর্ধক | অভ, গে, আখ। অভ ও পাদোনঃ পাওগাে পৌনে, পৌন। পােণে সােদ সৱও, সৱাও সৱা চোৱা দিৱঙ ঢে, দিঅঢ়। ভেঢ় দে, দেড়, অর্ধতৃতীয়া অভ ঢঅই। অঢ়াই আঢ়াই সার্ধক সাড ঢও সাড়ে গবে (+ অধক)। ‘পােৱা বুলিলে এক চতুর্থাংশক বুজায়। এক সেৰৰ এক চতুর্থাংশৰ নামাে পােৱা। পােণে’ বুলিলে এক চতুর্থাংশ বাদ, চোৱা বুলিলে এক চতুর্থাংশ যােগ আৰু ‘চাৰে বুলিলে আধা যােগ বুজিব লাগে—যেনে, পােণে তিনি টকা =তিনি টকাৰ এশিকি কম= ২৭০ অনা; চোৱা তিনি টকা=তিনি টকা এশিকি =৩• অনা আৰু চাৰে তিনি টকা=তিনি টকা আৰু আধা টকা =৩০ টকা। দেৰ সেৰ = এক সেৰ আৰু আধা সেৰ ; ‘দেৰ শ’ বুলিলে এক শ আৰু আধা শ = ১৫০; আঢ়াই সে = দুই সে আৰু আধা সেৰ ; আঢ়াই শ = দুশ আৰু আধা শ =২৫০; ইত্যাদি। | | (8) পূৰণবাচক সংখ্যা (Multiplicatives) ২৯৩। কোনাে সংখ্যাক কেইবাৰ যােগ কৰিব লাগে তাক এই শব্দ- সৱৰ দ্বাৰা দেখুৱা হয়। এনে সংখ্যাক পূৰণ বা গুণবাচক সংখ্যা বােলে। সংখ্যাবাচক সংজ্ঞাত ‘অং’, ‘আ’ বা ‘এ’ প্রত্যয় যােগ কৰিলে এনে শব্দ ওলায়। নেওতাত বিশেষ কৰি গুণবােধক সংখ্যাবাচক শব্দৰ প্ৰচলন দেখা যায়। তলত একৰ পৰা দহলৈ পূৰণবাচক সংখ্যাৰ নাম দিয়া হল।