বিশেষণ (হমচ, ৪৪৩) আৰু সেই অনুসারে নিদর্শনা’ অপভ্রংশত নৈসননা বা নৈসনা হয়। অসমীয়াত তাৰ পৰা নিচিনা হল। দৰেৰ মূল ইছলামিক (আৰব) তৰহ (in that manner)। ২৮৬। তুলনাৰ্থত যাৰ লগত তুলনা করা হয় সেই বস্তু বুকুৰ শব্দটোক ৭মীবিভক্তি ৰাখি তাৰ পাচত কৰি’, ‘কৈ’ বা ‘কে এয়ােগ কৰি তুলনীয় বস্তু বুজুৱা শব্দটো বহুৱা হয়। যেনে, জ্ঞানহীন অভ্যাস কৰি ভক্তি সহিতে উপদেশসকল শ্রেষ্ঠ। তাতত কৰি ধ্যান বড়। ধ্যানতত কৰি কর্মফলত্যাগ উত্তম; ত্যাগত কৰি মােৰ এসাদে শীত্ৰে সংসাৰ শান্তি হয়। ভট্ট দে। তাত কৈ ই ডাঙৰ। সিগাৰত কে ই গাও ওচৰ। অধিক, জাস্তি, বেচি আদি শব্দৰ ব্যৱহাৰ কৰিও দুটাৰ উৎকর্ষতা দেখুৱাৰ পাৰি। কিন্তু যাৰ লগত তুলনা করা যায় সেই ব বুকুৰা শটোক পূর্বোপে সপ্তমী বিভক্তি ৰাখিব লাগিব। যেনে, ৰামত কৈ হৰি বেচি বিধান ; তেলত কৈ পানী অধিক গধুৰ। সকলতাে কৰি উৎকট বা নিক অবস্থা দেখুৱাব লাগিলে সকল বা সৰ শব্দ বা তাৰ পিচৰ সংজ্ঞাশৰ অধিকৰণত ৰাখি তাৰ পাচত ওপৰত কোৱা দৰে কৰি, কৈ’ বা ‘কে’ প্রয়ােগ কৰি বা নকৰাকৈয়ে তুলনা দেখুৱাব পাৰি—যেনে, সি সলােত কৈ বুদ্ধিমান ; অণু সৱাতত সক; ইত্যাদি। | (ক) কেতিয়াবা তৎসম শব্দত সংস্কৃত ‘তৰ আৰু তম প্রত্যয় যােগ কৰিও দুটাৰ ভিতৰত এটাৰ আৰু বহুতৰ ভিতৰত এটা পার্থক্য দেখুৱাব পাৰি—যেনে, পুণ্যত, প্যতম, ইত্যাদি। (খ) কেতিয়াবা তুলনাৰ কাম আন বিশেষণ শৰৰ দ্বাৰাও কৰা হয়। এনে বিশেষণক বিশেষণীয় বিশেষণ বলে—যেনে, বৰ ভাল ঘৰ, অতি উত্তম কাপােৰ, নীচেই তাকৰ লৰা, ইত্যাদি। ২৮৭। মুল (Deivation): নিৰ্ধাৰণে নাৰ্থ শৰৰ উত্তৰত সংস্কৃত দৰে ৭মীবিভক্তি হয়। সবাতাে (completely, entirely)=প্রাকৃত সৱতাে=স, সত বুলি বােধ হয়। ১। অত তৈল, হেমচ, ৪৪৩। c. also মৈশােসা ।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২১
অৱয়ব