পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুদশ আধ্যা সংখ্যাবাচক শ (Numeril) ২৮৮। অসমীয়া ভাষাত কেইবা বিখাে সংখ্যাবাচক শব্দ আছে-যেনে, (১) সংখ্যাবাচক সংজ্ঞা (cardinals), (২) সংখ্যাবাচক বিশেষণ (ordinals), (৩) আংশিক (acdonals), (৪) গুণ বা পূণবাচক (multiplicatives), (৫) সমষ্টিবােধক (collecaves), (৬) পৌনঃপুনিক (reduplicatives), (৭) অনিশ্চিত (indefinitves ), (৮) নিশ্চিত (denominatives), (১) বিয়োেগ (subtractives) আৰু (১০) বৈগিক (distributives) শ । | (১) সংখ্যাবাচক সংজ্ঞা (Cardinals) | ২৮৯। অসমীয়া সংখ্যাবাচক বিশেষ কোনাে এক নিরূপিত নিয়মে সংস্কৃত বা প্রাকৃতৰ পৰা নামা নাই। তলত সংস্কৃত, পালি, প্রাকৃত আৰু অসমীয়া সংখ্যাবাচক শব্দ একৰ পৰা এশলৈ এখন তালিকা দিয়া হল। তাৰ পৰাই মূল বিচাৰি পােৱা যাব। অ-বিকৃতিৰ নিয়মে অসমীয়া সংখ্যা- বাচক সংজ্ঞা সিদ্ধ হৈহে। ধর্মগ্রন্থ পালিৰ (Pal of Septures) প হে ইয়াত দিয়া হৈছে (কাচ্চা, $ ১৬)। | সংস্কৃত পালি অসমীয়া এককো, এগাে বে, নে। দুরে, দুই, দুই এণি, যা অমে, ডি, সিলাে তি,ি অয়ে তিনি চলে, চাৰি গৰি চ্ছি প পাট