পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাভ (খ) পৰিঞ্জিত (Inflected) পলি নিমাতা গৰু (silent cattle) নিমাতী গাই (silent cow) বুধিয় (বুদ্ধিমান) কাউ (clover crow) বুদিতী কাউৰীclever female crow) আলা ৰা অলা লৰা (simple boy) আলী ছােৱালী (simple girl) ক’লা বলা (Black bullock) কলী পাই (Back cow) বিভােগন লৰা (Lovely boy) বিপনী ছােৱালী(Lovely gin), ইত্যাদি সত্যবাহী কুমাৰ (Truthful prince) সত্যৰানিী কুমাৰী (Truthful princess) শাৰী, ৰালিকা (Cam or virtuous না বালক (Calm boy) | gin) মত পুৰুৰ (Healthy ma) তী দ্বী (Healthy woman) বেগবান ন (Swift river) বেগবতী নদী (Swift river) | কেতিয়াবা অচেতন বস্তু বা বিষয় বুজুৱা সংজ্ঞাৰ তৎসম বা তন্তু বিশেষণে অপৰিবর্তিত থাকে—যেনে, নিৰ কথা, উজ্জ্বল তাৰা, মধুৰ ভাষা, সজ ইচ্ছা, ইত্যাদি। কিন্তু সচৰাচৰ পৰিবর্তন ঘটে; যেনে, অচলা ভক্তি, ধী গতি, ইত্যাদি। | মুল (Derivation): প্রাকৃতৰ সময়তে লিঙ্গ-বিপর্যয় ঘটিছিল (হেমচ, ১৩১-৩৬, ৪৪৩২-৪৩৩)। প্রাকৃতিক ভাষাতত তেনে হৈছে। সংস্কৃতত বিশেষৰ লিঙ্গ আৰু বচন অনুসৰি বিশেষণৰৰ লিঙ্গ আৰু বচন হয় আৰু বিশেষৰ দৰে বিশেষণৰ আকৃতি পৰিবর্তিত হয়। দ্রাবিড়ী আৰু বাে ভাষাত কেতিয়াও তেনে নহয়। অসমীয়াত বড়াে আৰু ভ্ৰাবিড়ীৰ এই নিয়ম আংশিক ৰক্ষিত হৈছে। | ২৮৫। উপমা বুজাবলৈ নিচিনা’ বা ‘দৰে শৰ প্ৰয়ােগ কৰি বিশেষণ কাম কৰা হয়। যেনে, হিমালয়ৰ নিচিনা পর্বত ; ভীমৰ দৰে বীৰ; ইত্যাদি। ‘নিচিনা’ শব্দৰ মূল সঃ সংস্কৃত নিদর্শনা’ শব্দ। নিদর্শনা’ এবিধ উপমা। তাৰ মূল সংস্কৃত নিদৃশ, ধাতু। সংস্কৃত ঈদৃশ শন অপশত ঐসাে’ ১। নিনা- of speech. উপপৰি , ইতি কাকাশে। A fam