পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এয়ােদশ আধ্যা বিশেষণ (adjective) ২৮৪। যি শৰে সংজ্ঞাৰ গুণ বা অৱস্থা প্রকাশ কৰে তাৰ নাম বিশেষ (adjective)। কোনাে কোনাে বিশেষণৰ দুটা আকৃতি থাকে—এটা হ্র (short) আৰু আনটো দীর্ঘ (long)। যেনে, দুখী poor (.) দুয়া (দীর্ঘ ); ভাতু nce-eater (.), ভতুৱা বা ভাতুৱা দী; জামােৰী (3), দামােদৰীয়া (দ.), ইত্যাদি। হ্র আকৃতিৰ আকৌ দুবিধ আকৃতি হয়—এটা লঘু (weak) আৰু আনটো গুৰু (strong)। গুৰু আকৃতিত সাধাৰণত পুল্লিঙ্গত ‘আ’ আৰু শ্ৰীলিঙ্গত ‘ঈ’ প্রত্যয় হয়। যেনে, ডাঙৰ big (ল.), ডাঙৰা (গু, পু; যেনে, মাজডাঙৰা মুনিহ ), ডাঙৰী (গু. স্ত্রী; যেনে, মাডাঙৰী তিৰী); নিমাত silent ( ল.), নিমাতা (ও. পু), নিমাতী (৩. স্ত্রী); পাগল mad (ল.), পাগলা বা পগলা (গু, পু), পাগলী:( ও, স্ত্রী.), ইত্যাদি। প্রত্যয়ৰ বাবে তদ্ধিত দেখা ($$৪২৯-৪৯৫)। সাধাৰণতঃবিশেষৰ লিঙ্গ অনুসারে বিশেষণৰৰ লিজ নির্দিষ্ট হয়; যেনে গুগৱান পুৰুষ, গুণৱতী স্ত্রী, পকা ফল। বিশেষণ শব্দক লিঙ্গ অনুসৰি দুভাগ কৰিব পাৰি-১) অপৰিবৰ্তিত (unin- fected) আৰু পৰিবৰ্তিত (inflected)। অপৰিবৰ্তিত বিশেষণৰ কোনাে সংজ্ঞাৰ আগতে কেতিয়াও পৰিবর্তন নহয়, কিন্তু পৰিবৰ্তিত বিশেষণৰ সংজ্ঞা লিঙ্গ অনুসাৰে পৰিবর্তন ঘটে। যেনে, ঠানুৱা লৰা, ঠাৱা হােৱালী; সুন্দৰ পুৰ সুন্দৰী শ্ৰী। সাধাৰণত ত বা দেশজ সংজ্ঞা-শৰ আগত বহা ত বা দেশজ বিশেষণৰ কোনাে পৰিবর্তন ঘটে। কিন্তু তৎসম বা অর্ধতৎসম সংজ্ঞা- শব্দৰ আগত থাকা তৎসম বা অর্ধতৎসম বিশেষণৰ পৰিবর্তন ঘটে। যেনে- (ক) অপৰিৰতি (Uninflected) পুলিশ সৰু লৰা (Little boy)। সৰু ছােৱালী (Little giri) ধুনীয়া তো (Handsome youth) ধুনীয়া ডেকেৰী (Handsome maiden) কাল ৰল (Fine bulloc) তাল গাই (Fine cow)। গঙ মশনা(Big male elephant) আঙৰ গাখুলী ( Big female cephant)। চুটিয়া শালিকা(Male Salilon bird) চুটিয়া (চুটি) শালিকী (Female snila bird)