পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ বােগত বিভক্তি নির্ণয় ১৮৯ ১৯ ২৭৯। তৃতীয়া বিভক্তি (Third case-affix) (১) কৰণাৰত তৃতীয় বিভক্তি; বেনে, হাতেৰে ধৰিলে। (২) উনার্থ শব্দ যােগর তৃতীয়া; যেনে, পাছে কম তিন কুৰি টকা। | (৩) প্রকৃতি, তার নাম আদি শৰৰ উত্তৰত তৃতীয়া বা ৭মী বিভক্তি হয়; যেনে, ই এতিয়ে উম; সশৰ নামেৰে ৰাজা। (৪) উপসংখানে অর্থাৎ জিয়া বিশেষণণে বাৱহৃত সংজ্ঞা-শব্দৰ উত্তৰত তৃতীয়া হয়; যেনে, বেগে বা বেগাই যা ; ঘনাই খোঁটে। ২৮। চতুর্থ বিভক্তি (Fourth case-affix) (১) সম্প্ৰদান-কাৰকত চতুর্থ ; যেনে, নৰেন্দ্ৰক টকা দিয়া। | (২) এয়ােন অর্থত চতুর্থ; যেনে, সি ৰিক যায়। বনিক যন্তে সাধু পৰিল মনত।’-দুর্গাবৰ। | (৩) প্রতি শব্দ যােগত ২য়, ৪র্থ বা ৬ হয়; যেনে, সেই দিনাক প্রতি মই তাৰ মুখকে দেখা নাই; তেনে গৈল সতী নক প্রতি। দুর্গাব; ‘পঠাইল দূতাৰে মাধৱক এতি।’-অনন্ত ক; তাৰ এতি মােৰ কোপ নাই। | (৪) অসূয়া, ক্রোধ, ঈর্ষা, আদা আদি শৰ বােগত চতুর্থ হয়; যেনে, তালৈ মােৰ অসূয়া নাই; গুৰুৱে শিক শলাগিছে; নামক ক্ৰোধ কৰিছে। | (৫) নমাৰ শব্দ যােত চতুর্থ ; যেনে, এক নমস্কাৰ।। (৬) গমনার্থক ধাতু যােত কেতিয়াবা কর্ম সম্প্রদান-শংকা হয়; যেনে, চাৰু কলিকাতালৈ গ'ল। | (৭) পাচনী-ক্রিয়া যােগতে কেতিয়াবা চতুর্থ হয়; যে, মাকে শিক চত্র দেখুৰাৰ। | (৮) অভিসছি, অভিপ্রায় আৰু নিমিত্তার্থক ক্রিয়া-ক্রিয়াৰ উত্তৰত সুখী হয়; যেনে, দেখিবলৈ দুই দু আছে। কাঢ়ি লৈবে লাগি হৰি সমীণ গণিলা।'—শ; কৰিব লাগিলা শক্ত বুমাৰ।'—শঙ্ক। কেতিয়াবা চতুৰী লােগ হয়; যেনে, শুৰিব পাৰে আৰু ৰবিৰ কিৰণ।