পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাক আৰু ৰা | (৭) নামে ৰা নামেৰে শৰ বােগেও এয়া হয়; যেনে, পুমােত নামে কে জেলে বিখ্যত।' ৰ। দশৰথ নামেৰে । | (৮) সশ, সঙ্গে আৰু সদৃশ শক বােগ প্রথমা বা বগী হয়; যেনে, সাগৰ সঙ্কাশ দেখি পাতি।'—শঙ্ক; শিশু ৰা শিশুৰ সদৃশ ৰভাৱ ; হাতত তাল নাৰীগণ সনে।’-শ; গৰুৰ সতে গৰু। (১) সম শব্দ যােত এখ, তৃতীয়া ৰা যত হয়; যেনে, বিহুৰে সমে হেন কথা কই।শ; সৱে মায়ময় অল্প সম।'—শ; ‘তাসৰ সম ভাগ্যবতী আৰ নাই।'—শ; সুচাৰু সৰ মই নােহ ভাগ্যবতী।'—ধৰ ক। সেইদৰে সহিত বা সৈতে যােত প্রথম, তৃতীয়া বা ষষ্ঠী হয়; যেনে, ‘এহিমতে কৃষ্ণ বলাে সহিত।'-শ; ‘বিষ্ণুত মেলানি মাগি পৰিল গৃহক লাগি ভাৰ্য্যায়ে সহিতে শৰ।শ; তাৰ সৈতে ৰামৰ বন্ধু আছে। | (১০) বাজে শব্দ যােত প্রথম বা সপ্তমী হয়; যেনে, গােবিন্দৰ গুণ চৰিত্ৰ বাজে।শ; তাতে বাজে বােৰ কলগয়া নাই। ২৭৮। জিয়া বিভক্তি (Second celeaflix) (১) কর্মত দ্বিতীয়া; যেনে, মই ভাত খালে। (২) ধিক শব্দ যােগত ২য়া বা ৭মী বিভক্তি হয় ; যেনে, তা জীবনে ধিক; তেনে মানুহক খিক খিক খিক ব্যর্থৰে সাজাইলাে মে-খ; ধিক ধিক দিলে মই এ পালি প্ৰহৰ; মেৰ চৌপাশে যি মই ঔষধ বােৱাইলাে। নেলি ময়ুৰী ধিক মই এবাৰু আনিলাে।'—দুর্গাবৰ।। (৩) অব আৰু কালচক শব্দৰ উত্তৰ নিতীয়া হয়; যেনে, গাড়ীখন ঘাত দুমাইল যায়; সি ইয়াত মাহ আছিল। | (৪) সৰি শ যােত দ্বিতীয়া হয়; যেনে, যদি হােমে নােহে তা সৰি।'—শৰ | (৫) গমনা খাতুৰ লগত অধিকৰণ কাৰকৰ সংজ্ঞা হয়; যেনে, ঘৰু যা; ‘বেহাৰৰ হতে নৰনাৰায়ণ বনগৰৰ গৈল।'—তাৰি। | (৬) ভুল শব্দ যােত কেতিয়াবা ২য়া হয়। যেনে, নাহিকে তােক