পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰ বােগত বিভক্তি নির্ণয় যতৰ বিভক্তি বােস য় আৰু ইহঁত নিজেও সপ্তম পদ হয়। পাশে= ‘পার্ধে (by the side o)=অপভ্র পাসহিং, পাসি, পাসে=হিন্দী পাস। যেনে, সকল শিশু কা খাই খাই আসয় তােমাৰ পাশে, ধৰ. ক.। কাৰে=স, কতে (at the side of)=অপত্র, কচ্ছে, ফলে, কহে, কহি=বঙ্গল কাশে। মাজত’ =স, মধ্যে in the middle)=অপভ্র মতে, মক্সি, মহি=জ, মাজে মাঝে। ভিতৰে =স, অভ্যন্তৰে (within, in the interior)=প্রা, অতিৰে—হিন্দী ভীতৰ। দ্বাদশ অধ্যা শব্দ-যােগত বিভক্তি-নির্ণয় (Case-aire governed by words). ২৭৭। সংস্কৃতৰ দৰে অসমীয়াত ভিন ভিন শব্দৰ ব্যৱহাৰত ভিন ভিন বিভক্তিৰ এয়ােগ হয়। এই প্রয়ােগ প্রায় সকলাে ঠাইতে সংস্কৃতৰ অনুৰূপ। এ বিক্তি (First case-affix) (১) অজিদের নাম মাত্র প্রথম বিভক্তি হয়; যেনে, ঈশ্বৰ, ঘৰ, বান্দৰ। (২) কর্তাত এমা; যেনে, বাম আছে; গােবিলে হাঁহে। (৩) সবােধনে প্রধা; যেনে, হে ত; হে । (৪) অনুসাৰে, অবধি, পর্যন্ত, বুক, বিশে, গে, অপে আদি শব্দ যােত প্রথমা হয়; যেনে, ৰীতি অনুসাৰে চলি; ঘাটৰ পৰা বাট পর্যন্ত ; এ অবধি নৰ মৃত্যুৰ অধীন; ইচ্ছা পূর্বক কোনেও অধঃপাতে নাযায়; ঠাই বিশেৰে আচাৰ সৰে; দূপে আসি আছে তােমাৰ চৰণ।'—এ. ক । | (৫) যিনে বােগত এখন বা সপ্তমী হয়; যেনে, দু বিনে সুখ নাই; ‘রান্ত বিনে আন নাহি কে।—মা, কে, | (৬) মতে শব্দ যােগ প্রথমা বা যী হয়। যেনে, মােৰ মতে এইহে উত; নিয়ম মতে কাম কৰিষা।