অসমীয়া ব্যাকৰণ আৰু ভাষা | ২৭৬। একি কাক বিভক্তি (Case-afixes of Locative) ‘এ’ আৰু ভ: | (ক) ‘এ’:-এ মূল ওপৰত দিয়া হৈছে (১২৪২৪২২৭২)। অপভ্রংশত ৭মীৰ একবচনত ‘হি (অহি) হয়। এই অহিৰ পৰা যে ‘এ’ হয় আৰু ই যে ৬ৰ চিন তাক ওপৰত কোৱা হৈছে। অপভ্রংশত ‘এ’ | ঠাইত বিকল্পে ‘ই হয়। এতেকে অসমীয়া এ, ই আদিতে ৬ষ্ঠী আৰু ৭মীৰ চিন আছিল বুলি ধৰিব লাগিব। অপভ্রংশৰ দৰে অসমীয়াতত অধিকৰণৰ ‘এ’ ই হয়। যেনে, নধৰিলা সাগৰে তােমাৰ মৎস্য কায়া।' ‘থৈলা ঢাকি ঘুৰি গৈলা নিজপুৰি।'—শঙ্ক বর্তমানতে ক্রিয়াবিশেণত কোনাে কোনাে ঠাইত ৭মীৰ ‘ই পােৱা যায়। যেনে, সমূলি, অনুসৰি, ইত্যাদি। আজিকালিও ‘এ’ ৰ প্ৰচলন আছে। যেনে, ‘সুস্থ শৰীৰে আৰু অজ্ঞানে এই খত লেখি দিলাে; এই বিষয়ে মনু (ৱে) কৈছে, ইত্যাদি। পুৰণি অসমীয়াত হলে ইয়াৰ ব্যৱহাৰ বৰ বিস্তৃত আহিল। আগৰ দৰে বর্তমানতে ক্রিয়াবিশেষণত ৭মী বিভক্তি যুক্ত থাকে। | (খ) ত’:-“তৰ মূল সংস্কৃত অবা ‘অত। সংস্কৃত অন্তৰং’= প্রাকৃত অংতে’ বা ‘অংতাে’ =মপত্র, অংতক। তাৰে ‘এ’ আৰু অং’ লােপ হলে মাৰাটত ত’ আৰু অসমীয়াত ‘ত হয় আৰু ৭মী বিভক্তিরূপে ব্যবহৃত হয়। যেনে, ঘৰত একো নাই; | মৎস্যৰূপে অবতাৰ ভৈলা প্রথমত। উদ্ধাৰিা চাৰি বেদ এলয় লত।'—শ। ইয়াৰ বাহিৰে ‘পাশে, কাবে’, ‘মাজত’, ‘ভিতৰে আদি কিছুমান শও অধিকৰণৰ চিনৰূপে ব্যবহৃত হয়। কিন্তু ইসৰক বিভক্তি বােলা নায়। এই শৰবােৰ বিভক্তিপে ব্যৱহৃত হােৱাৰ আগেয়ে সংজ্ঞা-শব্দটোত ১। ওসিতঙিনা দেয়, চে, ৩৪১। (অপভ্রংশে ইত্যাৰ পৰে গুলি, ভ্য, ভি তেতে যা হে, হি ইত্যেতে এ বাশাে তি।) ২। ভিনে’, হেমচ, ৩৩; যেনে, উপৰি তলি, বলে। ৩। 'ৰং , হেয়, ১১০; যেনে, 'অংতে উৰি' ৰপৰি। Also চাৰী অংতেয়াৰী; হেমচ, ১*; ত’ না , হেড, ৪৩৫
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৪
অৱয়ব