১ বিভক্তি মূল ‘সােহি এ নাম ধৰে ন নন।মা. সে কি—“তুই জগন্নাথকি দাসকি মাধৱ মূহ ভৰি ৰাম কহাত ৰে। —মধুৰ মুকতি মুৰাৰু মন দেব হৃদয়ে হামাক।শর। বি–“উঠ মেৰি লাল মদন গােপাল আবে তেৰি গােৱাত বুলানকো। মাদে, —যেন চিত্র বিচিত্র মৈৰাৰ ভাল পাখি।'-সা, ভট, (ক) থেৰ’-যষ্ঠীৰ বহুবচনৰ আকৃতি। খেৰ বাতৰিকে ডবল ৰষ্ঠ অর্থাৎ থে+ৰ। ‘থে তির্যক বহুবচনৰ চিন আৰু তাত ২ যােগ হলে ‘থে হয় আৰু ই যষ্ঠৰ বহুবচনৰ বিভক্তিৰূপে ব্যৱহৃত হয়। কেতিয়াবা কৰ্মৰ বহুবচনত যেক' আৰু ৭মীৰ বহুবচনত ‘পেত হয়। কিন্তু এনে প্রয়ােগ আধুনিক বুলি বিশ্বাস হয়। ইয়াৰ মূল অপভ্রংশ প্রাকৃত ‘ত’, ‘তউম হব পায়। এই শব্দ অপভ্রংশত যতৰ এক বা বহুবচনত যষ্ঠ্যত পদৰ পদৰ পাচত সম্বন্ধ বুজাবলৈ ব্যৱহৃত হয়। তণ ৭মীৰ একবচনত তলি, তণে হয়। স্বৰবিকৃতিৰ নিয়মে ‘তৰ ঠাইত ‘খ’ হলে (১৯৮) আৰু শােপ হলে ‘তণি’ৰ ঠাইত ‘থে হয় (সন্ধিৰ নিয়ম ও ৬৯ দেখা)। এই ‘থেৰ বঙ্গালী ‘দেৰ আৰু পাঞ্জাবী যৰ একবচন ‘দা’ বা ‘দী’ৰ অনুৰূপ। কিন্তু উভয়ৰে মূল আদিতে দা-খাতুৰ (perfect participle) ‘দত্ত হলেও ‘থে’টোক ‘দা’ বা ‘দীৰ পৰা সিদ্ধ কৰিব নােৱাৰি, কিয়নাে বিকৃতিৰ নিয়মে দৰ ঠাইত এ নহয় (৪১৪১৯৯)। কিন্তু থ’ৰ ঠাইত ‘ত আৰু ত’ৰ ঠাইত * হব পাৰে ($$১৪)। এই নিয়মে ‘বে’ৰ পৰা ‘দে সি কৰিব পাৰি। কিন্তু প্রাকৃতিক আন কোনাে ভাষাতে ‘থেৰৰ ব্যৱহাৰ নাই। সেইদেখি ‘খেৰৰ পৰা দেৰ আহিছে বুলি ভাবিব নােৱাৰি। উড়িয়া ঠাক বিভক্তি অধিকৰণ কাৰকত হে চলে। পুৰণি অসমীয়াতত ‘খে প্রচলিত আহিল। যেনে, ‘দেৱদিব্য বানে আমাঠেৰ তাৰ লকি।'—মা. ক, ‘তােমাঠৰ বাক্য যত কহিলােহা আত।'-চৈতাৰি = মাং ১। শনিঃ কেৰী ,হেমচ, vi২২২; যেনে, অ সতি। cf also হেমচ, ০৩৬১; তুই ত জ নছি। ২। টে. •|• এক হেচ. •
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৩
অৱয়ব