অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | কর্ম দ্বাৰায়ে যাৰা ৰক্ষলােক পায়াছে তাৰ কদাচিতত মােক নঘটে। তাই দে। স্যাসীসৱে যি মােফল পাৱে তাক কর্মীসয়ে জ্ঞান দ্বাৰায়ে লভে।—ভট্ট, দে। দ্বাৰা শব্দ বলা আৰু উড়িয়া ভাষাতত কৰণৰ বিভক্তি ৰূপে ব্যবহৃত হয় ( ২৩৭)। ২৭৩। সপ্রদানকাৰকৰ বিভক্তি (Case-affixes of dative) এই কাৰকৰ বিভক্তি ‘ক’, ‘লাগি আৰু লৈ। ক আৰু লাগি পুৰণি কালৰ পৰা প্ৰচলিত আছে। যেনে, সুমিত্রাক দিবে আজ্ঞা কৰা কিছুমান।'-মা, ক.। আকে লাগি ভৈল হৰি বিমুখ।-শৱৰ | আমাক লাগিয়া আনি আহা কিবা। দিয়ােক সখি সন্দেশ ।-শৱৰ ‘লৈ’ৰ ব্যৱহাৰ আধুনিক; যেনে, ব্রাহ্মণলৈ ধন দিয়া। (ক) ‘ক’:-‘ক’ ৰ মূল ওপৰত দিয়া হৈছে ( ২৭১)। (খ) লাগি’:-লাগি বিভক্তি সংস্কৃত সপ্তম্যন্ত পদ লগ্নে’ (in contact with)ৰ পৰা আহিছে। স, লগ্ন, প্রা. লগগগা আৰু অপভ্রংশৰ ৭মীৰ একবচনত লগগে, লগি হয়। তাৰ পৰা হিন্দী লগি’, আৰু অসমীয়া লাগি হয়। পুৰণি অসমীয়াত ‘লাগি’ৰ ‘গ’ লােপ হােৱাত কেতিয়াবা লাই’ হৈছিল। যেনে, | ‘এ উদ্ধ! চল গােল লাই।'—শঙ্কৰ কয়লি গৰব তাহে নাই।'-শঙ্কৰ লাগি যােগ হােৱাৰ আগেয়ে সংজ্ঞা-শত ‘ক’ যােগ হয়। এই ‘ক’ ষষ্ঠী বিভক্তিৰ চিন ( ২৭৫) বুলি অনুমান হয়। (গ) “গৈ:অসমীয়া লৈ বা নই, স, লগ্নে, অপ, লগি’ৰ পৰা আহিব পাৰে। তেতিয়া হলে লগি লাগি =লই হব। কিন্তু ‘লৈ’ৰ মূল সংস্কৃত কৃদন্ত বিশেষণ ‘ল’ (=obtained ), ৭মীত ‘লব্ধে’ (for the benefit of ), প্রা. সদ্ধে, অপ, লহিএৰ পৰা ওলােৱা যেন অনুমান ১। হেমচ, ২।৭৪ ২। চেট, ৩৩ ৩। হেমচ, ৩১৩৪ । cf, অপ, হইল, লততে; হেমচ৪৩
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৮
অৱয়ব