১৭৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ‘খাে’মূল বােধৰে সত ‘ক। আন বড়াে ভাষাত ‘খাে’ নাই। ছুটিয়াত না, ভুটিয়াত ‘লু আৰু ডফলাত ম’ দ্বিতীয়া বিভক্তিৰ চিন। ২৭২। কৰকাৰকৰ বিভক্তি (Case-afixes of instrumental) | এ, ৰে, দি, বাৰা এই কাৰকৰ বিভক্তি। | (ক) ‘এ’:-এ-ৰ মূল ওপৰত দিয়া হৈছে (৪৪২৪২৪২)। অপভ্রংশ প্রাকৃতৰ অহিং’ বা ‘হিং’ বাস্তৱিকে যষ্ঠ বিভক্তি। ই তৃতীয়া, ষষ্ঠী আৰু সপ্তমীত ব্যৱহৃত হয়। ই প্রাকৃতত কেতিয়াবা ‘ই’ হয়। যেনে, | ‘ত অ লীলাই পলাে মকৰতথংহিঅং এই সমুদ্দে।=সতং তং লীলয়া নলাে মকৰস্তম্ভিতং ৰচয়তি সমুদ্রে।’, পিঙ্গল। পুৰণি অসমীয়াতে এনে হৈছিল; যেনে, পুতি থৈলে প্রতিমা বালুকাই ঢাকি’, শঙ্কৰ। প্ৰাকৃত আৰু অপভ্রংশত তৃতীয়াৰ একবচন আৰু বহুবচনত ‘এ’ বা ‘এ’ হয়। যেনে, পিঙ্গলে কহিও =স, পিঙ্গলেন কথিত। তসস তুএ মণি দাদা=স, তস্য প্রয়া মনিকা দাতা, মৃচ্ছক.। মই কলে=স, ময়া কৃতানি, মৃচ্ছক.। অপভ্রংশত ‘ভিস (৩য়াৰ বহুব.) ঠাইত এহিংও হয়। অসমীয়াত পুৰণি কালত ‘এহি' বিভক্তিৰ চলতি আছিল। যেনে, বৈদুৰ্য বলি শুদ্ধ ৰজতেহি ছাইলা।', মা, কন্দলি এটা কথালৈ মন কৰিব লাগে। প্রাকৃতৰ, বিশেষকৈ অপভ্রংশ প্রাকৃত, শব্দৰাশি প্রায়ে অতি প্রাচীন সংস্কৃত বা বৈদিক ভাষাৰ পৰা হে স্বৰবিকৃতিৰ নিয়মে নামা দেখা যায়। সংস্কৃত অকাৰান্ত পুলিঙ্গ শব্দৰ তৃতীয়াৰ বহুবচনত ‘ঐ'—যেনে, নৰৈ, বিঃৈ -এনে আকৃতি হয়। বৈদিকত কিন্তু সচৰাচৰ এভি হয়। যেনে, ১। এটুটি, হেমচ, s৩৩৩; যেনে, জহিম মৰগয়কতিএ সম্বলি - -যত্র মতাষা পলি। | ‘নে নহ দিয়া দিমহড়া ই পৱসংণে।- -যে মম দত্তা দিৱসা দয়িতেন এস। | ‘টো নু’ে, হেমচ, ০৩০২ এ চেত’, হে, ৪৪৩; যেনে, অগ্নি উণহই হেই গত বা শীলু তেঁৱসখিনা উবং অতি যথা বায়ু শীতলং অনা। “ট এ, হেমচ, ৩০৯; সুশিমও চলিমাএ পুর কাই । দূৰে নেই’ - শর্ণিমণ্ডলচক্রিয়া পুনঃ কোন দূরে পতি। ২। তিনত, ৰা’, হেমচ, ৩৩৫ ; যেনে, গলখেহিং যোংতিগঙ্গা পদৈন্তে।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৪
অৱয়ব