পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭২ | অসমীয়া ব্যাকৰণ আৰু ভাষাত | ২৬৯। সপ্তম্য পদ বিভৰি চিনৰূপে বােগ হােৱা নিয়ম সংস্কৃত পৰে প্রকৃত আৰু প্রাকৃতিক বর্তমান ভাষাতত ৰক্ষিত হৈছে। অৱশ্যে সংস্কৃত যি যি শ বিভক্তিৰূপে ব্যৱহৃত হৈছিল প্রাকৃতিক বর্তমান ভাষাত সেই সেই শব্দ ব্যৱহৃত হােৱা নাই। কিন্তু একে শব্দ বিভক্তিরূপে ব্যবহৃত নহলেও একে নিয়মে বিভক্তি যােগ হয় অর্থাৎ কিছুমান সপ্তম্যন্ত পদ প্রাকৃতিক ভাষাৰ বিভক্তিৰূপে যােগ হয়। কিন্তু এইদৰে শৰ এটা যােগ কৰিব লাগিলে মূল শব্দটোক ৬ষ্ঠত থব লাগে ($ ২৪১) বা সেই দেখি সপ্তম্যন্ত পদটো মূল শব্দৰ তির্যক আকৃতিৰ লগত যােগ হয়। ২৭। কর্তা-কাৰক বিভক্তি (Case-afixes of nominative) কর্তা-কাৰক বিভক্তি-শুন্য বা ‘এ’ (বা ই)। ওপৰত কোৱা হৈছে ( 88 ২৪২৪২) যে সংস্কৃত-স্য, না, মা, প্রা.-সস, ণং, অপভ্র, প্রা-হাে বা হে (একব.) আৰু যু, হং বা হিং (বহুব.)-ৰ পৰা অকাৰান্ত, ইকাৰান্ত আৰু উকাৰাত্ত সংজ্ঞা শব্দৰ পাচত (১) অ, ই, উ, (২) এ, ই বা ঈ, উই আৰু (৩) ইএ, ইএ ওলাইছে। অসমীয়াত এই বিভক্তি কেইটা যথাক্রমে (১) শূন্য, (২) ‘এ’ আৰু (৩) ‘ই’ হয়। মাগধী প্রাকৃতৰ সময়তে ‘এ’ কর্তাৰ বিভক্তিৰূপে ব্যবহৃত হৈছিল। ২৭১। কর্মকাৰক বিভক্তি (Case-affixes of accusative) ‘ক’টো অসমীয়া দ্বিতীয়া বিভক্তি বা কর্মকাৰকৰ চিন। ইয়াৰ মূল বৈদিক ‘ক’ বুলি বােধ হয়। বৈদিকত ‘কম’ কেতিয়াবা অব্যয় (particle) স্বৰূপে ব্যৱহৃত হয়। তেতিয়া ই সম্প্রদান-কাৰকত ব্যক্তিবাচক শব্দৰ পাচত লাভৰ অৰ্থে (for the benefit of) বা গুণবাচক সংজ্ঞা শব্দৰ পাচত প্রয়ােগ হয়। কিন্তু তাৰ অৰ্থ মাৰ গৈ সম্প্রদান কাৰকৰ বিভক্তিৰ অঙ্গৰ নিচিনা হয়। যেনে,- ১। যুৱাম এতং চক থুঃ সিন্ধু প্লং তোায় কম্।, ঋতু ১১৮২৫ = তােমালােক দুয়াে এই নাৱ গ্ৰপুত্ৰলৈ পানীত পেলাইছা (Ye two ১। অত এ পুংসি মাগ্যা ।’, হেচ. ২৮৭; যেনে, এশে মেশে, এষ মেষ: (This is a lamb); এশে পুলিশেe, এষঃ পুঃ (This is a man)। ২। See Macdonell's Vedic Grammar, 1 180, 7, 86.