পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ২৫৬। ঔকাৰান্ত ৰে (a kind of fish) শৰ বহন ১। বৌ, বৌএ (য়ে) ৰোবােৰ, ৰোবােৰে। ২। ৗে, নৌক ৰোবােৰ, ৰৌযােক। ৩। ৰেীৰে, ৰৌদি যৌঘাৰা ৰোবােৰেৰে, ৰোবােৰেদি, নৌবােৰ বাৰ। ইত্যাদি। ২৫৭। ব্যঞ্জনা বাট (path) শব্দ ১। বাট, বাটে বাটবােৰ, বাটবােৰে। ২। বাট, বাটক বাটবােৰ, বাবােক। ৩। বাটেৰে, বাটেদি, বাটৰ দ্বাৰা । বাটবােৰেৰে, বাটবােৰেদি, ইত্যাদি। বাটবােৰৰ দ্বাৰা, ইত্যাদি। তৎসম শব্দৰ লগত সাধাৰণতঃ তৎসম বা তদ্ভৱ বহুবচনৰ চিন যােগ হয় ; আৰু তদ্ভৱ আৰু দেশজ শব্দৰ লগত দেশজ চিন যােগ হয়। একাদশ আধ্যা শৰ প্ৰকৰণ। সংজ্ঞা শব্দ (Noun)। কাক (Case)। ২৫৮। কাক (Case) ক্ৰিয়াৰ লগত যাৰ অন্বয় তাৰ নাম কাৰক। অসমীয়া ভাষাত ছয়টা কাৰক আছে—কর্তা, কর্ম, কৰণ, সম্প্রদান, অপাদান, অধিকৰণ। সম্বন্ধ পদ কাৰক নহয়, কিয়নাে ক্ৰিয়াৰ লগত তাৰ অষয় নহয়। সম্বােধন পদ কর্তাকাৰকৰ অনুৰূপ। বিভক্তি সাতটি ছয় কাৰক আৰু সম্বন্ধ পদৰ ১। যৌগিলা, বৌৰিলাক; ৰাটৰিক, এনেও হয়।