পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শব্দ-ৰূপ ২৫২। ঋকাৰান্ত পিতৃ (father) শব্দ পি, পিতৃ (য়ে) পিতৃসকলে, পিতৃসকল। পিতৃসফলক। ৩। পিএ (য়ে), পিতৃৰে, পিতৃদি, পিতৃসকলে, পিতৃসকলেৰে, পিতৃৰা। পিতৃসকলেদি, পিতৃসকলৰ। ইত্যাদি। ২৫৩। একান্ত ডুবে (a family of Brahmins) শব্দ একবল বহুবচন ১। ডুবে, ডুবেয়ে, ডুবেই ডুবেবিলাক, ডুবেবিলাকে। ২। ডুবে ডুবেবিলাকক। ৩। ডুৰেৰে, ডুবেদি, ভূযোৰ ডুবেবিলাকেৰে, ডুবেবিলকেজি, ডুবেবিলাকৰ নাৰা। ইত্যাদি। ২৫৪। ঐকাৰান্ত ‘মৈ’ (harrow) শব্দ ১। মৈ, মৈএ (য়ে) মৈবােৰ, মৈগিলা, মৈবােৰে, মৈগিলাই। ২। মৈ বা মৈক মৈবােৰ, মৈগিলা, মৈবােৰক, মৈগিলাক। ৩। মৈৰে, মৈদি, মৈৰা । মৈবােৰে, মৈবােৰেদি, মৈবােৰৰ বা, মৈগিলাদি, মৈগিলাৰ বাৰা। ইত্যাদি। ২৫৫। ওকাৰান্ত গাৰৰ (a hill tribe) শব্দ ১। গাৰাে, গাৰৰ (-বে), গাৰােই গৰােবিলা, গাৰােৰিলাকে। ২। গাবােক। গাৰােবিলাকক। ৩। গাৰেৰে, গাৰৰইদি, গাখােদ্বাৰা গাৰােবিলাকেৰে, গাৰােবিলাকেছি, গাৰৰবিলাকৰ ৰা। ইত্যাদি। ১। “পিতৃসৱ এনেও হব পাৰে। ডুবেল, ডুবেসৱ, ডুৰেবােৰ, ডুবেগিলা; গাৰােসল, গাবােস, গাৰােৰােৰ, গাৰােগিলা, এনেও হয়।