পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিভক্তি (গ) লাগি’ যােগ নহলে চতুর্থীত দ্বিতীয়া বিভক্তি হয়। যেনে, তপক মনে গৈল মন্দৰক।শঙ্কৰ | কৈক যাইবি নৰসিংহ কৰিবাে দোহাৰ।—শঙ্কৰ (ঘ) “লৈ’ বিভক্তিৰ আগত ‘ক’ যােগ নহয়। যেনে, ঘৰলৈ গল ( has gone home), গুৰুলৈ দক্ষিণা দিয়া (give presents to the preceptor)। | (৫) পঞ্চমী বিভক্তি ( Ablative case-afix) (ক) “পৰাৰ লক্ষণ ওপৰত দিয়া হৈছে; যেনে, বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি।—শঙ্কৰ। (খ) কেতিয়াবা ‘পৰা যােগ নােহােৱাতত পুৰণি অসমীয়াত পঞ্চমীৰ কাম ৬ষ্ঠীৰ দ্বাৰা সিদ্ধ হৈছিল ( ২৪৩); যেনে, | বৃষভৰ নামি হৰ আৰৰ গৌৰী মাৱ ।—শঙ্কৰ (গ) পুৰণি অসমীয়াত হন্তে পঞ্চমী বিভক্তিৰূপে সচৰাচৰ ব্যৱহৃত হৈছিল। যেনে, ‘মােত হন্তে হৱে চৰাচৰ। মাধৱদেৱ। হন্তে’ৰ আগত ত’ যােগ হয়। | (ঘ) পুৰণি অসমীয়াত সন্তেও কেতিয়াবা পঞ্চমী বিভক্তিৰূপে ব্যৱহৃত হৈছিল। যেনে, | ভয় সন্তে নৃপতিৰ শিহৰিল গাৱ।—মা, কন্দলি (৬) যষ্ঠ বিভক্তি (Genitive case-affix) (ক) বর্তমান ষষ্ঠীৰ চিন । যেনে, ৰামৰ ঘৰ ( House of Ram)। (খ) পুৰণি অসমীয়াত ‘ক’ ‘কেৰি আৰু কেতিয়াবা ‘এ’ ষষ্ঠীৰ চিন ৰূপে চলিছিল; যেনে, গাৱে উজাগৰে কৃষ্ণক গীত।--শঙ্কর বৎসক স্নেহে যেন ধেনু ধায়।—শঙ্কৰ যাকেৰি নাহি উপাম।-মাধৱদেৱ জীৱেৰ জীৱন মুকুল মুৰাৰি।—শঙ্কৰ (৭) সপ্তমী বিভক্তি (Locative case-afix) (ক) ‘এ’ৰ লক্ষণ ওপৰত দিয়া হৈছে। | (খ) ব্যঞ্জনান্ত শব্দৰ পাচত সপ্তমী বিভক্তিত কেতিয়াবা ‘এ’ৰ ঠাইত ‘ই হয়। এই নিয়ম পুৰণি অসমীয়াত বেছিকৈ চলিছিল। যেনে ‘যেহি