পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাত | (গ) ৰে বা দি বােগ হলে পদান্তৰ ই, ঈ, এ, ঐ, ঋ— পাচত বিকতে ‘য়ে আৰু উ, ঊ, ও, ঔৰ পাচত ব্রিকল্পে “ব” হয় আৰু ‘য়ে’টো কেতিয়াবা ‘ই ত পৰিণত হয়। যেনে, বাদুলিৰে, বাদুলিদি বা বাদুলিয়েৰে, বাদুলিয়েদি (by the bat); পহুৰে, পহুদি বা পহুৱেৰে, পহুৱেদি, পহুইদি (by the deer): ইত্যাদি। | (ঘ) ব্যঞ্জনা শব্দৰ পাচত ‘ৰে' আৰু ‘দি’ বিভক্তিৰ আগত ‘এ’ আৰু দ্বাৰা আৰু পৰা বিভক্তিৰ আগত ‘অৰ হয়। যেনে, বাট (path), বাটেৰে, বাটেদি, বাটৰ দ্বাৰা, বাটৰ পৰা, ইত্যাদি। (ঙ) ৰে আৰু দি’ বিভক্তিৰ আগত অকাৰান্ত শব্দৰ ‘অ’ৰ ঠাইত বিকল্পে ‘এ’ হয়। যেনে, সিংহেৰে, সিংহেদি বা সিংহৰে, সিংহদি (বিল) (by lion)। কিন্তু পাৰৰে, পাৰদি, ইত্যাদি। | (চ) ৰাৰা আৰু পৰা বিভক্তি পাচত থাকিলে স্বৰান্ত শত প্রথমে ৰ' আৰু ব্যঞ্জনাত শব্দত ‘অৰযােগ হয়। যেনে, ইন্দ্ৰিয়ৰ দ্বাৰা, ইন্দ্ৰিয়ৰ পৰা : বাটৰ পৰা, ইত্যাদি। | (ছ) পুৰণি অসমীয়াত দ্বাৰা বিভক্তিৰ আগত কেতিয়াবা ৰ’ যােগ নহৈছিল। যেনে, সি চিত্তশুদ্ধিদ্বাৰায়ে জ্ঞান পায়।—ভট্টদেৱ দেৱসৰৱ বৃষ্টিদ্বৰে শস্য সম্পূর্ণ কৰি তােক বৃদ্ধি কৰাউক। —ভট্টদেৱ (জ) বর্তমানতে কেতিয়াবা “দ্বাৰা’, ‘দি’, ‘সৈতে যােগত ষষ্ঠীৰ চিন গুচে। যেনে, হাতৰ দ্বাৰা; হাতদ্বাৰা, হাতেদি হাতদি; হাতেৰে সৈতে, হাতেসৈতে (with hand ); ইত্যাদি। | (৪) চতুর্থ বিভক্তি (Dative ease-affix) (ক) ‘ক’ৰ প্ৰকৃতি দ্বিতীয়া বিভক্তি ‘ক’-ৰ অনুৰূপ। যেনে, বামুণক ধন দিয়া (Give money to the Brahmin )। (খ) লাগি’ যােগ হলে সংজ্ঞা শব্দৰ পাচত ‘ক’ যােগ হয়। যেনে, গৃহক লাগি আসে সত্রাজিত। খুশি হস্তীক কৃষ্ণক লাগি।শৱৰ ঘৰক লাগি যাও (I go home)।