অসমীয়া ব্যাকৰণ আৰু ভাৰাত দিগে চায় যেন সূৰ্য্যৰ জতি।—শঙ্কৰ। চাৰি দিকি দৃষ্টি ভৰি চাহন্ত নিখি’। হেম, সৰ,। অনুসৰি, সলনি, ইত্যাদি। স্বৰা শৰৰ পাচত কেতিয়াবা ‘এ’ৰ ঠাইত ‘ই হােৱা দেখা যায় ; যেনে, | আহস্ত সবে যদি খেদ চিত্তি। -শঙ্কৰ (গ) বর্তমানত সচৰাচৰ ত’ সপ্তমীৰ চিন। পুৰণি অসমীয়াতত ইয়াৰ ব্যৱহাৰ আছিল। যেনে, গুৰুত শিখিলা কিবা কহিয়াে আমাত।—শঙ্কৰ (৮) সম্বােধন (Vocative case-ending) সৰল প্রথম বিভক্তিৰ চিনে ইয়াৰৰ চিন। যেনে, হে ৰাম, হে মনু, ইত্যাদি। দশম আধ্যা শব্দ প্ৰকৰণ। সংজ্ঞা (Noun) শব্দৰূপ (Declension) নৰ (man) শব্দ। ২০৭। একবচন। বহুবচন ১ প্রথমা বিভক্তি। ন, নৰে নকল, নাকলে। দ্বিতীয়া । নৰক নকল। | নৰে, নৰেৰে, নৰেদি , নসলে, নৰসকলেৰে, নৰসকলেদি, নৰসকলৰ বাৰা। নৰসকলক, নৰসকললৈ, নৰসকলৰ চতুর্থী , । নৰক, নৰলৈ, নৰক লাগি। তৃতীয়া , । নৰৰ । ১ সমার্থত নৰসল, নৰশােক, তুচ্ছত নৰবােৰ, গিলা, আৰু উভয় অর্থত নৰসৱ, নবিলাক হয়। তাৰ বাহিৰে নাক, নগণ, নকুল, নৰবৰ্গ ইত্যাদি পাে হব পাৰে। শেষােক্ত ৰূপ বিল।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৪
অৱয়ব