পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত দিগে চায় যেন সূৰ্য্যৰ জতি।—শঙ্কৰ। চাৰি দিকি দৃষ্টি ভৰি চাহন্ত নিখি’। হেম, সৰ,। অনুসৰি, সলনি, ইত্যাদি। স্বৰা শৰৰ পাচত কেতিয়াবা ‘এ’ৰ ঠাইত ‘ই হােৱা দেখা যায় ; যেনে, | আহস্ত সবে যদি খেদ চিত্তি। -শঙ্কৰ (গ) বর্তমানত সচৰাচৰ ত’ সপ্তমীৰ চিন। পুৰণি অসমীয়াতত ইয়াৰ ব্যৱহাৰ আছিল। যেনে, গুৰুত শিখিলা কিবা কহিয়াে আমাত।—শঙ্কৰ (৮) সম্বােধন (Vocative case-ending) সৰল প্রথম বিভক্তিৰ চিনে ইয়াৰৰ চিন। যেনে, হে ৰাম, হে মনু, ইত্যাদি। দশম আধ্যা শব্দ প্ৰকৰণ। সংজ্ঞা (Noun) শব্দৰূপ (Declension) নৰ (man) শব্দ। ২০৭। একবচন। বহুবচন ১ প্রথমা বিভক্তি। ন, নৰে নকল, নাকলে। দ্বিতীয়া । নৰক নকল। | নৰে, নৰেৰে, নৰেদি , নসলে, নৰসকলেৰে, নৰসকলেদি, নৰসকলৰ বাৰা। নৰসকলক, নৰসকললৈ, নৰসকলৰ চতুর্থী , । নৰক, নৰলৈ, নৰক লাগি। তৃতীয়া , । নৰৰ । ১ সমার্থত নৰসল, নৰশােক, তুচ্ছত নৰবােৰ, গিলা, আৰু উভয় অর্থত নৰসৱ, নবিলাক হয়। তাৰ বাহিৰে নাক, নগণ, নকুল, নৰবৰ্গ ইত্যাদি পাে হব পাৰে। শেষােক্ত ৰূপ বিল।