পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ বন বােগৰ বলে মনতে জানে ; অসৱে কৰ্মযােগে দেখিতে যা কৰে।, ভট্টদেৱ। অসম আৰাস আছে।, শঙ্ক। গােধূলি গোধনাৰ কৰি এক ঠাই।, (২) মান: জন বিচৰ মতে মান প্রত্যয় সংস্কৃত মান =পৰিমাণ (measure)ৰ পৰা আহিছে। ভাজা হলিয়ে এই মত বীকাৰ নকৰে। তেওঁৰ মতে সংস্কৃত মানৱ-ৰ পৰা হিন্দী মনই (man) আৰু উড়িয়া (আৰু অসমীয়া) মান শৰ আহিছে আৰু বহুবচনৰ চিনৰূপে ব্যৱহৃত হৈছে। মান শৰ উড়িয়া বহুবচনৰ বিশেষত্ব। ই বর্তমান অসমীয়াত কদাচিত হে ব্য ত হয়। অসমীয়াত ই সাধাৰণতঃ দুই কম অর্থ প্রকাশ কৰে। এক অত ই মাত্র (up to the last) অর্থাৎ কাৎ বুয়। যেনে, বা শক উচ্চৰতে ৰাম ৰাম ৰাম ৰাম ৰাম মুখ হতে বাজ হয়া পােয় পাপমানে। মা দে। পূণ্যমানে হােত অভ্যস্ত। মা, দে। সৱে চতুভূজ পুৰুষমানে। শঙ্কৰ। নগৰৰ সলমানে পলাইলা সকল। হে, স. ‘যতেক সুন্দৰী পদ্মিনীমানে। শঙ্কৰ।। দ্বিতীয় অর্থত—ইমান, তিমান, যিমান, কিমান, কিছুমান ইত্যাদি মূলত তদ্ধিত ব্ৰত, প্রত্যয়ান্ত ইয়া, তাৱা, যাৱা ইত্যাদি শৰৰ (বা মত, প্রত্যয়ান্ত তেনে শৰ) বিকৃতি। এইদৰে মানৰ বােগত বিজ্ঞান শব্দ বহুবচনাত হয়। এই বস্ত, প্রত্যয়ে অসমীয়া মানৰ মূল যেন লাগে। পুৰণি অসমীয়া মান’ৰ মূল জন বিচৰ পৰিমাণেই ঠিক যেন লাগে। | (৩) মখা বা মা ই সংস্কৃত মন (a mulHudo colochon), প্রা. ‘ম ’ৰ পৰা ওলাইছে। বৈদিক মস (all)ৰ পৰা ওলােৱাও অস নহয় (d সমসংmal home r hone call ( ১১ )। | (৪) জাক: সম্ভৱতঃ স. আলম- multitude a collection) পৰা আহিছে। | (৫) গানঃ স ম (৫ multude, acnbage group), ১ Bame' Comp Gramm, B, pico. ২ Horno: Comp, mm, ৪,