পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত যেনে-খণ্ড (কাদৰী ২৩), ইয়াৰ ফুল। প্রাকৃতত ই খমজ হয় আৰু তাৰ পৰা অসমীয়াত খান হৈছে। (৬) বাহ : স. নিৱ (multitude, heap) শব্দৰ পৰা আহিছে। ২২৯। দেশজ চিল (Desaja terminations) গিলা, বিলাক আৰু বােৰ দেশজ প্রত্যয়। | (১) গিলা। এই চিন সংস্কৃত কুলৰ পৰা ওলােৱা নাই। ইয়াৰ মূল আবিড় ক্লীবলি বহুবচনৰ প্রত্যয় গল। এই প্রত্যয় (neute plural suffix gal) তামিলত গল, কল, কানাৰীত গলু আৰু তেলুগুত লু, গুলু হয়। যেনে, তা, কুল-গল, তেলে-ফুল-গুলু (tants)। এই গুল বা গলৰ পৰা বজালী গুলা, গুলি আৰু অসমীয়া গিলা প্রত্যয় ওলাইছে। গিলা প্রত্যয় পুৰণি অসমীয়াত গুলা আছিল। বেনে, যিত খলগুলা দিয়া আছে বিলােক। সৱে বণ্টা হই যদি তাক বুজিয়োক। বিবা খলনা দিয়া ব্রাহ্মণে আহয়। সৱে সত্য হই অভয় কৰাইৰে পাৰয়। দৈত্যাৰি গিলা প্রত্যয় নামনি আসামত বহুলৰূপে চলে। ডাক্তৰ ষ্টিভেনছনে (Stevenson) দ্রাবিড়ী ‘গল’ৰ মূল সংস্কৃত সকল (আৰু তাৰ পৰা ওলােৱা তামিলসগল) বুলি ভাবে। কিন্তু Dr. Caldwell এ এই মত বীকাৰ নকৰে। তেওঁৰ মতে গল (all) শৰ ভ্ৰাবিড়ী। | (২) বিলাক : এই প্রত্যয় সংস্কৃতৰ পৰা ওলােৱা নাই। ইয়াৰ অনুৰূপ সংস্কৃত ৰিলােক’ শব্দ এটা খাতু আৰু তাৰ অৰ্থ দেখা (to se)। এতেকে এই অর্থৰ ৰিলােক শৰ বৰ-বিকৃতিৰ নিয়মে ‘বিলাক হৈছে বুলি ধৰিলেও ই বহুবচন প্রত্যয় ব্যপে ব্যৱহৃত হব পাৰে বুলি ভাবা যুক্তিবিদ্ধ। বিলাক প্রত্যয় ইচলামিক বলীক (all) শব্দৰ পৰা নামিছে বুলি ধৰাও অনুচিত। তেনে কৰাৰ প্ৰধান আপত্তি এই যে উত্তৰ ভাৰতত আমতকৈ ইচলামৰ প্ৰভাৱ বেচি বিকৃত হৈছিল। অথচ ভাৰতৰ আন কোনে ভাষাতে এই শব্দ | ১ S০০-Dr. Caldwell's Comparative Grammar of the Davidian languags, &rd ed, p 29,