অসমীয়া ব্যাকৰণ আৰু ভাষা শ বহালৰ পৰা অসমীয়াত চলি থকা বুলি অনুমান হয়। প্রাকৃত মাজেদি আহিলেও হঁত আকৃতি লৰচৰ হােৱা নাই। পুৰণি অসমীয়াত এই দুই শব্দৰ বহুল প্রয়ােগ হৈছিল। বর্তমানতে ইহঁতৰ ব’তে ত’তে চলতি আছে। গণ শব্দ একৃত, সংস্কৃত আৰু বৈদিকতাে বহুবচনৰ এত্যয়পে কেতিয়াবা ব্যৱহৃত হৈছিল। যেনে, আ. ঝংকাৰ পাই বন ৰৱই কুইলগণ বিৰহিগসমুহ অইসি-পিজল। . ঝংকাৰ পততি বনে কেতি কোকিলগণাে বিৰহিগণমুখমতিসিম (The cuckoo sing in the jungle, the low murmu low and the lovers separated from the beloved feal pain); স, গুণিগণগণনাৰতে (at the commencement of numoration of motorious persons, Hitopadesha); বৈ. ‘যুগণাে’ (cohort of the youthful); বৃষাগণঃ (the army of showeens of comfort, ঋক্ ১৮৭৪); মাতং গণম্ (the class of Marutas, খ ১১১৪৩) বা মগণাঃ (খক ১২৩৮)। গণ প্রত্যয় বঙ্গালী বহুৰচনৰ বিশেষ। সকল শন মা, প্রাকৃতত সকালে বা সগতে হয়। এই শব্দ কোনাে পৰিবর্তন নােহােৱা কৰি আমাৰ তাত চলাৰ পৰা অনুমান কৰিব পাৰি যে ই সংস্কৃতৰ পৰা পােনে পােনে আহি অসমীয়া ভাষাত সােমাইছে। ই আধুনিক হব পায়। আনবিলাক তৎসম শব্দৰ কোনাে পৰিবর্তন ঘটা নাই। ইহােন আধুনিক। বােপকৰৰ অসমীয়া পুৰণি কবিসকলে সংস্কৃতৰপৰা পােনে পােনে আনি এই শৰাশিৰ ব্যৱহাৰ কৰিলে আৰু তেতিয়াৰে পৰা ইহঁতৰ প্ৰচলন হল। শােক বা লােগ প্রত্যয় হিলীৰ বিশেষ। ২২৮। তার চিন (Tadbhum terminaton) স, মান, ম জাক, খান, বাঁহ আদি অৱ চিন। (১) সৱ: সংস্কৃত সৱ al, প্রাকৃতত সৰে, সৰু কেমচ. ৪৩৬৬, ৪২২) আৰু হিলী আৰু অসমীয়াত স, বালীত সৰ হয়। সৰ শব্দ মৈথিলী বহুবচনৰ বিশেষ। ই আমাে বহু পুৰণি কালৰ পৰা বহুচনৰ প্রত্যয় পে চলিছে। বেনে, 'তােস ধ্যান কৰি এৰি আৰু দেহতে দেখে; ফতােৱে একতিপুৰুৰ বিৰেকে সু আৰু বিচাৰ কৰে; এপস টা | ১ see Kelloggo Hindi Grammar, t৪৪
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫২
অৱয়ব