পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৭ পৰিবর্তন ঘটে। সিবিলাক যৌগিক বহুবচনৰ এত্যয়লে অসমীয়াত ব্যবত হয়। কিন্তু সিবিলাক প্রত্যয় তিৰ (oblique terminatons)। ২২৬। যৌগিক ৰহৰ মূল (Derivation of compound plural torunnition) (ক) সংস্কৃত প্রত্যয়ৰ ৰা শব্দৰ আকৃতি পৰিবৰ্তিত কৰি বহুবচন নির্দেশ কৰা হয়। যেনে, ন (a man), নৰাঃ (men), নবৈ(by men) ইত্যাদি। কিন্তু তিব্বতীয় বা বড়াে ভাষাত প্রত্যয় নহয়; সমষ্টিবােবক স্ব শৰ হে প্রাতিপদিক পাচত বােগ কৰি বহুবচন নির্দেশ কৰা হয়। কছাৰী -ফু, ফ্রা, ফ, গাৰােৰাং , ড্রাং, চুটিয়া-খালু, লাজু, ছিগা, ভুটিয়া চু, সমষ্টিবােধক শব্দ। ইবিলাক শৰ শৰৰ শেষত যােগ কৰিলে বহুবচন হয়। যেনে, কছাৰী- (a house), নূ-ফু ( houses); গাৰােবল (a tree ), বৰা (৮ees); চুটিয়া-মচি (a man ), মােচি-ৰাজু বা লাজু বা ছিগা (men); ভুটিয়া-মেশ্মি (a Lepcha), মেন্মি-চু (Lepchas)। বড় ভাষাৰ এই (শব্দৰ শেষত স্বতন্ত্র শব্দ যােগ কৰি বহুবচন সিদ্ধ কৰা) প্রকৃতি অসমীয়াত গৃহীত হৈছে আৰু এই নিয়মে অসমীয়া যৌগিক চিন সৃষ্ট হৈছে। এনে প্রকৃতি দ্রাবিড়ীতে কিছু পৰিমাণে আছে। (খ) যৌগিক বহুবচন চিন তিনি ভাগ কৰিব পাৰি,-(১) তৎসম, (২) তৱ আৰু (৩) দেশজ চিন। হঁত, আঁহা আদিৰ আলােচনা তিক বচনৰ লগত কৰা যাব ($ $ ২৩১-২৩৩)। তলত আন যৌগিক বচনৰ মূল দিলাে। ২২৭। সম চিন (Tarama termination) সকল, চয়, গণ, লােক, বল, ৰাশি, নিক, সকুল, কুল, সমূহ, সমাজ সমুই, ঠাত, ও, আলি আদি তৎসম চিন। ইসৱৰ অৰ্থ একত্রিত বই- সংখ্যক বস্তু, জন্তু ইত্যাদি (বা host)। তৎসম হলেও গণ’ আৰু ‘লােক | See Endle's Kachari Grammar, p. 9; Philip Garo Grammar, ৪; Brown Doori-Chutia Grammar, P. ; Byrne Bhutanese Grammar, ০,