পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত বুৱা হয়। যেনে, সখিস (friends ), দেৱতাসকল (gods), পীজাক ( birds), মানুহবিলাক (men), ইত্যাদি। | (২) কেয়ািবা সংজ্ঞা শত কোনাে প্রত্যয় যােগ নকৰিও বহুবচন বুকুৰা হয়। যেনে, সামাজিক লােক men of the society or assembly; ৰা সমজাৰ লােক আছে চাই চাই।', হেমস.। ব্রজবাসী তােত অর্পিল প্রাণ চিত্ত।', শঙ্কৰ।। সংখ্যা বুজাব লাগিলে সংখ্যাবাচক শটো সংজ্ঞা-শব্দৰ আগত বহুৱা হয় ; কিন্তু সংজ্ঞা-শব্দৰ আকৃতি একে থাকে। যেনে, দহােটা কুকুৰ ten dogs। | (৩) কেতিয়াবা সংজ্ঞা-শব্দটো বাৰ বাৰ উচ্চাৰণ কৰিও বহুবচন বুজুৱা হয়। যেনে, একেটা কলী গাই, ঘাটে ঘাটে পানী খাই। (lit. there is only one black cow and she drinks water from ghat to ghat=a fish-hook visits ghats)। | প্রথম বিধ বহুবচনক যৌগিক (compound plural) আৰু দ্বিতীয় আৰু তৃতীয় বিধক মৌলিক (simple plural) বহুবচন বুলিব পাৰি। ২২৫। সৰল আৰু তির্যক আকৃতি (Direct and oblique forus): | কিছুমান শব্দত বহুবচনৰ চিন যােগ কৰোঁতে বা তাৰ দ্বাৰা বহুবচনৰ অর্থ প্রকাশ কৰোঁতে শব্দটোৰ কোনাে পৰিবর্তন ঘটে। যেনে, দেৱগণ, বন্ধুসকল, মানুহবিলাক। এনে শব্দৰ একবচন আৰু বহুবচনক যথাক্রমে সৰল একবচন (direct singular) আৰু সৰল বহুবচন (direct plural) বলে। কিছুমান শব্দত বহুবচনৰ চিন যােগ কৰোঁতে শব্দটোৰ অলপ লৰচৰ ঘটে। যেনে, তােমালােক (for তুমি+লােক), তাসৱ, ইত্যাদি। এনে শব্দত বিভক্তি যােগ হলেও সেইদৰে আকৃতি সলায়। যেনে, মােৰ, মােক, মাে-লৈ, তােমা-ক, তােমা-ৰ, তােমা-ত, ইত্যাদি। এই শেষােক্ত বিধ শব্দৰ বহুবচনক তির্যক বহুবচন (oblique plural) আৰু তাৰ একবচনক তির্যক একবচন (oblique singular) বােলে আৰু শব্দটোৰ এনে আকৃতিক তির্যক আকৃতি (oblique form) বােলে। কিছুমান বহুবচনৰ প্রত্যয়, যেনে, হঁত, হন, আহা—বাস্তৱিকে শৰৰ তির্যক আকৃতিত প্রযােজ্য বিভক্তি বা তিক আকৃতিৰ শৰ। কিন্তু সিবিলাক যােগ হওঁতে সংজ্ঞা-শব্দ কোন