পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব দেখি এইদৰে লিঙ্গাত্মক শব্দ যােগ কৰাৰ নিয়ম বড়াে ভাষাৰ পৰাহে আমাৰ ভাষাত সােমাইহে বুলি ধৰিব পাৰি। | (খ) কেইটিমান লিঙ্গাত্মক শৰ ভিন ভিন ভাষাৰপৰা লােৱা হৈছে। যেনে, বােপাই (father) from স. প্রঃ, কিন্তু আই (mothe) from কছাৰী-আই, ভুটিয়া-আই, চুটিয়া-মােয়াে আৰু তামিল-আয়ি (mother); মতা (male) from ইচলা, মদ (male) কিন্তু মাইকী (female) from চুটিয়া মিচি, গাৰ মিহিক (female), নহলে স. মাতৃকা (mother), বঙ্গালী মাগগী’ৰ অনুৰূপ। দল (tusker) from স. দন্ত (tooth), কিন্তু মাখুন্দী (femaio elephant) from কছাৰী- মাখুলী (female elephant); আপা (male child, boy) from কছাৰী -আফা, গাৰৰ-আফা, ভুটিয়া—আগা আৰু তামিল—আপ্পান (father), কি আপি (female, girl) from বৈদিক—আপিঃ (ঋক ১২১২৬৩, ১৩১।১৬); ডেকা (young man) from চুটিয়া—ডেকা, কিন্তু ডেকেৰী (young girl, virgin) from স. ডিৰী (young girl। ককাই-বো, ভিনীহি-বাই আদিৰ কথাও তেনে। | ‘টোৰ মূল স. স্তোক (a little ), প্রা. থােঅং ( হেমচ. ২৪৫ ); হিন্দী থু, অটো ; টি তাৰ বিকৃতি। বা বৈদিক ত্য ( বা ত্যম, তত্য plural)=the ( ঋক ১৫ •১,২; ১৫১১১; ১৫২১)। জন (man) from স. জন, বৈ. জন (man; ঋক্ ৮৬৪৬, ৪৮); জনী (female, woman) from স. জনি, জনী, বৈ. জনি, নী ( wife, woman; ৪৫২১; ৫৬১৩; ১•১৩)। ২২১। প্রত্যয়ৰ মূল (Derivation of feminine affixes)। অসমীয়া স্ত্রীপ্রত্যয়ৰ আলােচনা তদ্ধিতৰ লগত পােৱা যাব (৪৪ ৪২৯- ৪৯৫)। সম্প্রতি ইয়াত সাধাৰণ প্ৰত্যয়ৰ মূল দিলাে। • “। হি ৰা নরে পিপিৰ্য্যাপয়ে। সখা সখ্যে বৰেণ্য”। খ ১২৬৩ “For (হি), the father (পিতা) certainly (খ) sacrifices ( আয়তি ) for the son (নরে ), a woman (বাণিঃ ) for relation and the best (বৰেণ্য) friend (স) for his friend ( মধ্যে)। বাণিঃ পিত এনতি নােমানাং ভূমি মনা । ক ১৩১১১৮ =Thou art mother (আশিঃ ) father (পিতা) the great intellect of the good-hearted, the mover and sage and maker of mortal.