পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লি (১) “ঈ’-প্রত্যয় : অসমীয়া ‘ই’ প্রত্যয় সম্ভৱতঃ সংস্কৃত ‘ঈপ প্রত্যয় ৰূপান্তৰ নহয়। ইয়াৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ইকা। ইকা প্রাকৃত ‘ই’ আৰু অসমীয়াত সন্ধি হৈ ‘ঈ’ হয় (৪$ ৭৫, ১১৭)। যেনে, মাহী। (aunt), দুড়ী (illy), ইত্যাদি। (১) অনী প্রত্যয় : অসমীয়া অনী প্রত্যয় সংস্কৃত আনী প্রত্যয়ৰ ৰূপান্তৰ মাত্র ( ২১৭৩)। যেনে, বৰু-বৰুণনী। (৩) অসমীয়া ইনী, নী প্রত্যয় সংস্কৃত তদ্ধিত প্রত্যয় ‘ইনী’, ‘ইনি বা আর্থিক প্রত্যয় ক’ৰ যােগত লব্ধ ইনিকা’ৰ ৰূপান্তৰ। প্ৰাকৃতত এই দুই প্রত্যয় যথাক্রমে ইণী আৰু ইণিআ আৰু অসমীয়াত তাৰপৰা ‘ইনী হৈছে। যেনে, প্রাকৃত অসমীয়া হাতী তিনী হৰিও হাতী হানিী সংস্কৃত হস্তিন (পু.) Elephant, হস্তিনী (স্ত্রী) হকিস্তিক (পু.) হস্তিনিকা (?)=হস্তিনী+কা (স্ত্রী.)। তৈদিন (পু.) Oilman, তৈলিনী (স্ত্রী) তৈশিকঃ-তৈলিক (পু) তৈবিনিকা-তৈশিনী+কা (স্ত্রী) চক্ৰবাৰিক (?) Nobleman, তেলী তেলিনী হখিণিকা তেল্পী ভেজিণ তেল্লিও তেল্লিণিকা চলথাৰিও চধাৰিণিকা চঞৰিণিকা ভেলিনী চৌধাৰী চৌধাবি ইত্যাদি। (স্ত্রী) } চক্রপাণি (৪) অসমীয়া মন্ত আৰু ৰন্ত প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় মৎ আৰু ৰং আৰু বৈদিক প্রত্যয় মন্ত, আৰু ৰস্ত, (cf. বৈদিক—গােমন্ত=rich in cows ; অশনিমন্ত =possessing the thunderbolt; চক্ষুষ্মন্ত =possessed of eyes; অশৱস্ত =owning horses; সখি =having friends পয়ন্ত =containing water; ৰােমান্ত =hairy, ইত্যাদি। প্রাকৃত ইহঁত যথাক্রমে মংত আৰু বংত (বা মংতে আৰু বংতে) আৰু অসমীয়াত মন্ত আৰু ৱ হৈছে। প্রাকৃতৰ স্ত্রীলিঙ্গত উভয়ে মংতী আৰু ৰংতী বা আর্থিক