১২১ গণ্য কৰিবলগীয়া বহুত সংজ্ঞা শক শ্রী বা পুরুষ প্রকৃতিবিশিষ্ট বুলি কল্পনা কৰি পুলি বা মীলিঙ্গবাচক বােলা যায়। ইকো-এৰিয়ান ভাষাৰপৰা ওলােৱা আন প্রাকৃতিক ভাষাৰ দৰে অসমীয়াতত এই নিয়ম কিছু পৰিমাণে অক্ষিত হৈছে। যেনে, অ, উষা (dawn, শ্ৰী); জোনবাই (moon; from , জ্যোৎস্না, প্রা, শেহ, বী.)। বডড আৰু দ্রাবিড় ভাত কেৱল সকলাে জ্ঞানহীন আৰু অপ্রাণীবাচক শব্দকহে যে ক্লীবলি বুলি ধৰা হয় এনে নহয়, সকলাে প্রাণীবাচক শব্দকে, ইমান কি লিঙ্গাত্মক মানুহ-জাতি বুৱা শব্দকো ক্লীবলিঙ্গ-বাচক বােলা হয়। বড় আৰু দ্রাবিড় ভাষাত জ্ঞানী- অজ্ঞানী, চেতন-অচেন, জ্ঞানৱান-জ্ঞানহীন বৰ বুকুৰা সকলাে শব্দকে একে শৰিীতে খােৱা হয় আৰু অপ্রাণীবাচক বিহীন বােলা হয়। সেইসব ভাত আন কিছুমান পুৰুষ আৰু স্ত্রীবাচক শব্দ যােগ কৰি তেনে সাধাৰণ লিঙ্গাত্মক শৰৰ লিঙ্গ নির্দেশ করা হয়। দ্রাবিড় ভাষাত তেনে পুৰুষ বা স্ত্রীবাচক শৰ সাধাৰণ লিঙ্গাত্মক শৰৰ আগত যােগ কৰা হয়, কছাৰী ভাষাত পাচত বহুৱা হয়, গাৰৰ ভাষাত আগত বা পাচত আৰু চুটিয়া ভাষাত আগত বহ হয়। যেনে, কছাৰী-বুৰমা (goat); বুৰমা ফাঠা (he-goat), বুমা ফাগ (she goat): ওমা (pig, hog), ওমা বুন্দা (boar), ওমা বুলী (sow)। গাৰােমা (catue); মাছু বিফা (bull of bullock), যাচ্ছ বিমা (cow); বিচা (child); মিআ বিচা (boy), মিহিক বিচা (girl); চুটিয়া-মেচা (tiger); মুকাও মেচা (tgemale), মিচিত মেচা (tigress); ইত্যাদি। অসমীয়াত কছাৰী আৰু গাৰৰ ভাষাৰ নিয়মে “ঘােড়াটো’ (the horse), ‘ঘােড়ানা (the mare) আদি পদত লিচক ‘টো’, জনী আদি শব্দ প্রাতিপদিকৰ পাচত যােগ কৰা হয়। কিন্তু সচৰাচৰ গাৰ চুটিয়াৰ নিয়মে পঠা-পাঠী, বােন্দা-যুন্দী, পে-পেৰী- আদি নিবাচক শব্দ প্রতিপদিকৰ আগত বহুৱা হয়। যেনে, পাঠী ছাগল বা ছাগলী (she goat), পেৰা মৈহ (he-buffalo), দুৰা বৰা (willa boa), ইত্যাদি। বড়ো ভাষাত ভিন ভিন শব্দৰ বিশেষণ বৰূপে ভিন ভিন লিঙ্গাত্মক শব্দ যােগ হয়। অসমীয়াত তেনে। দ্রাবিড়ীত এনে নিয়ম থাকিলেও কোনাে লিজা মাৰিড়ী শৰ অসমীয়ালৈ অহা নাই। কিন্তু বড়ো ভাষাৰ তেনে শব্দ (যেনে, বােল, বুলী, মাখুলী, পাঠী, ইত্যাদি) আমাৰ ভাৰালৈ আহিছে। সেই
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৫
অৱয়ব