পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাত কিন্তু গিৰীহঁত ( householder, master of the house)—গিৰীহঁতনী; বগিৰী (wife's elder brothe) গিনেী; ইত্যাদি। | (১০) কিছুমান অৱ পুলিস শব্দৰ অনুৰূপ স্বীলিঙ্গ শব্দ নাই। সেই শব্দৰ পৰিবৰ্তে লিঙ্গত আন শৰ ব্যৱহৃত হয়। যেনে, কোৱা, কাৱা (a cow)-কাউৰী (৪২১৮১); দমা, দাম (a bul-calf)ৰেী , কান্না ; পাতল (a tuske -মাধুন্দী (২১৮৩); শৰ (antelope)-ছেলে, ধুলী; বৰ বা দৰা (bridegroom)-কন্যা; ককাই (older brother) বৌ; মুনি (man)—তিকতা, তিৰী; পাে (son)—বােৰী; লৈ ( husband)—ঘৈণী ; বােপাই (father)—আই; তিনীহি (elder sisters husband)বাই ; দেৱৰ (husband's younger brother)-জা; সবা (boy)-ছোৱালী; বন্দী (attendant)-বেটা; তাৱৈ (father's friend) —আমৈ; বলদ বা বাজন (bullock, ox গাই; গােহাই বা গগৈ ( Ahom nobleman)—আইচু, গাভ; জোঁৱাই (son-in-law)- ; ইত্যাদি। | ২১৯। সাধাৰণ লিঙ্গাত্মক শব্দৰ শেষত ‘ম’ (বা মাতা), ‘টো’, ‘টি বা 'জন' শব্দ যােগ কৰি পুলি আৰু মাইকী' (বা মাতী ), ‘টা’ বা ‘জনী’ শৰ বােগ কৰি শ্ৰীলিত শব্দ নির্দেশ কৰা হয়। যেনে, কুকুৰটো (the dog); মানুহজন (the man); গৰুজনী (the cow); মানুহজনী (the woman); মাতী হাঁহ (duck); মত হাঁহ (drake); ইত্যাদি। নামনিৰ ফালে ‘আপা’, ‘আপি' শব্দ আগত বহুৱাইও লিঙ্গ নির্দেশ কৰে। যেনে, আপা ছাৱা বা হলি (male child )—আপি ছাৱা বা হলি (female child)। ২২। মূল (Dervation): (ক) সংস্কৃত আদি ইণ্ডো-এৰিয়ান (Indo-Aryan) ভাষাত জ্ঞানবান আৰু চেতন প্রাণীক হে যে সিবিলাকৰ লিঙ্গ অনুসৰি পুলিঙ্গ বা স্ত্রীলিঙ্গত অভিহিত কৰা হয় এনে নহয়, কিন্তু অচেতন বহু আৰু গুণবাচক সংজ্ঞা বা মনৰ ভাৱকো পুলিঙ্গ বা স্ত্রীলিঙ্গৰ লক্ষণ থকা বুলি ধৰি সিবিলাকক পুলিঙ্গ বা স্ত্রীলিঙ্গ- বাচক বােলা হয়। সেইদেখি লিঙ্গ চিনিব নােৱাৰাৰ কাৰণে ক্লীবলিঙ্গত | ct. The name আপিছলি (আপিশলি)—the famous Sanskrit Grammardin wo flourishod just before ৰাখিনি।