পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঐ-ৰ পিচত য় আৰু উ, ঊ, ও ঔৰ পিচত হয় (সন্ধিৰ নিয়ম দেখা ; $$৬৪-৭৯)। যেনে, চড়াল-চলনী; কায়স্থ—কায়স্থনী; হিহিনী; কলিতা—কলিতানী; মালী (orist )—মালিনী; মিৰি-মিৰিয়নী; বন্ধু (friend )—বন্ধুৱনী; সাধু (sage)—সাধুনী; পাড়ে (a sect of Brahmins)—পাড়েয়নী; বাঢ়ৈ (carpenter)—বায়ৈনী; ভাটো, ভাটো (parrot)-ভাটোৱনী, ভাটোৱনী; ইত্যাদি। ক'ৰবাত ক'ৰবাত অনী আৰু ইনী প্রত্যয় কেতিয়াবা ‘এনী’ হয়। যেনে, কায়স্থেনী, হিৰেনী; ইত্যাদি। | (৬) কিছুমান (স্পষ্ট বা অস্পষ্ট) অকান্ত পুল্লিঙ্গ শব্দৰ পাচত স্ত্রীলিঙ্গে অনী’ বা ‘ইনী’ আৰু ‘ই’ হয়। যেনে, শিয়াল (jackal)- শিয়ালনী, বা শিয়ালী; বামুণ (Brahmin)—বামুণনী বা বামুণী ; গােপ (milkman)-গােপিনী বা গােপী; সিংহ (lion)-সিংহিনী বা সিংহী ; ৰাক্ষস (cannibal)-ৰাসিনী বা ৰাক্ষসী; পিশাচ (a fiend, devil) —পিশাচিনী বা পিশাচী; ইত্যাদি। | (৭) কেতিয়াবা অকাৰান্ত বা আকাৰান্ত শব্দৰ অন্ত্যস্বৰৰ ঠাইত স্ত্রীলিঙ্গত ‘ইনী' প্রত্যয় হয়। যেনে, বাঘ ( tiger)-বাঘিনী; যখ (mister) -যখিনী ; অপ’চা (unskilled in work; lit. a bad cook or bad worker, a term of abuse. $১২২ দেখা)-অপ’চিনী; নাগ (fabulous serpent demon said to inhabit the Patala)-নাগিনী; ইত্যাদি। (৮) খােবা আদি কিছুমান পুলিঙ্গ শব্দৰ শেষত অনী’ বা ‘নী প্রত্যয় হয় আৰু ব্রিকল্পে উপধা ওকাৰ আৰু অন্ত্য অকাৰ আৰু আকাৰ উকাৰ হয়। যেনে, কেঁচ (a caste) কেঁাচনী বা উঁচুনী; ডােম (a caste) -ডােমনী বা ডুমুনী; সূত (a caste)—সূতনী বা সুনী; চোৰ (a thief)—চোণী বা চুৰুণী ; যােবা (a washerman) - খােবানী বা ধুবুনী; ভূত (a ghost )-ভূতনী বা ভূতুনী; ইত্যাদি। | (৯) কিছুমান তন্তু শব্দে স্ত্রীলিঙ্গত নী', ৰী’, ‘তী’ আদি নানা প্রত্যয় গ্ৰহণ কৰে ( তদ্ধিত দেখা, $$৪২৯-৪৯৫)। যেনে, কলা (deaf) -কালৰী; খােড়া ( lame)-খােড়ী ; ডেকা (youth)—ডেকেৰী; বেতা (idiot; unable to articulate clearly)–বেঙী, বেবী; শহৰ (father- in-law)-শাহু; গৃহস্থ, গিন্ত (householder)—গিখেনী, গিলে ; 16