পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯ হকাৰ roaring in imitation (when a story is being told ), স, অমুহ ; ইত্যাদি সাধ্যমন-ত” শব্দ। ইৱক বিশেষ নিয়মেহে সি কৰিব পাৰি। “অর্ধতৎসম” আৰু “সিদ্ধ-তৰে শৰ প্ৰায় একে আৰু উভয়ৰ পার্থক্য ধৰাও টান। বহুত “অর্ধতৎসম শব্দ বর্তমানত বা অতি নিকটবর্তী অতীতত সংস্কৃতৰ পৰা প্ৰাকৃতিক ভাষালৈ আহিছে বুলি কোনাে কোনােত ভাবে। “সিদ্ধ-তম্ভৱ শৰ সাধাৰণতঃ প্রাকৃতৰ মাজেদি প্রাকৃতিক ভাষালৈ অহা দেখা যায়। যি শ সংস্কৃতৰ পৰা ওলােৱা নাই, ইচলামিক (অর্থাৎ আৰবী, আৰু কাৰ্টী), ইংৰাজী আদি ভাষাৰ পৰা বা ওচৰৰ আন ভাষাৰ পৰা আহি আমাৰ ভাষাত সােমাইছে বা যি শব্দ দেশতে সৃষ্ট হৈছে তাৰ “দেশ” শৰ বােলে; যেনে—আফিল ( ইং—appeal); আলহী guest (মিকিৰ-আলহী আলেং guest); আবু grand-mother ( তেলুগু অৱৱ grand-mother, L, aviagrand mother); ওৰ end ( তামিল ওম্ (lit. edge, brink), L. ora =margin, oram=border); কুলি coolie, (তামিল-কুলি=hire, wages, কুলিয়াল, কুলিকাৰম=coolie, labourer); কুৱাং a kind of dog (খাছিয়া-কুৱাং ); কেটেজ feeble, weal ( ছুটিয়া—কেটেঙ্গা); কেপ (care, assistance (মিকি- কেপ); কেৰাচিন (ই-kerosine); কেৰেয়া hire, (তামিল- কিয়=cost, value); চাম batch ( আহাে-চাম=company); ৰাতিৰ on account of, (ইচলা. খাতি , for, for the sake of ); খিলাপ epiry (ইচলা. খিলাফ, it. contrary to, against); খেল (পু-খেল) ৪ clan or sociological gop; চাউদাং bangman (আহােচাউদাং); চেলে to lick (গাৰৰ-শ্ৰাকা, চাকা; কছাৰী- চালা, চালায়=to lick); হিৰ manifestation (ইচলা. জহিৰ mon- feat); জাংকাই ambs used m mading carring (খামতি- আকাই); জেলা dispute (মিৰি—আজে, lit, a debt); টেকেলি an earthen jar (কৰী-খিংখিলি, গাৰেটিকলি=a small earthen pitche); ডােং irrigation channel (কাৰীভােং ); ডিল heart (ইচ. ডিল=heart, d, কলডিল বা কলাডিল (the spads of a plantam plant); কুৰুৱা east (c. কুৰুৱা বতাহ east wind from চুটিয়া—চা কৰা cast, it. sun-rning probably not from ,