পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ডেকেৰী a virgin, a young girl, স. ডিৰী; নির্গত a term of abuse, বৈ. নিতঃ (enomy, a Non-Aryan foe, ঋ ৯৯৭৫৩-৫৪; ১•১২৮৬); ফিফা swollen, স, ফ; বৰুণ name of a tree, স, ৱৰণ; বাইজ, বার ortertor, স. বাহ; বাঢ়, to distribute, স, রংড, বৈ. বাড়) c. “ হ ড”-খক ১১২০৬); ভাগৰ fatigue, স. বাৰা (toils); মহৰি mosquitocurtain, স. মসূৰিকা বা মশহৰিঃ ; সৰু বা লড়, a goading stick, স, বগুড় (a stick); লাখুটি a stick, a club, স লকুট (club, cudgel; c. লাকুটিক = armed with a club); চেঁচা cold, coldness, স. শৈত্যম, প্রা. সেচ্চ; ইত্যাদি “সিদ্ধ তদ্ভৱ” শব্দ, কিয়নাে ইসৱৰ গঢ় সংস্কৃত মূলৰ অনুৰূপ। কিন্ত—অথন্তৰ misfortune, accident, স, অত্যান্ত, প্রা. অথন্তৰ (event in the meanwhile, মৃচ্ছক. ২ অ.; শকুন্ত. ৫১১৮); উদং, উদাম free, unrestrained, স. উদ্দাম, প্রা. উদ্দামে (d, “উদ্দামে বিঅ গন্দহে”=উদ্দাম ইৱ গর্দভঃ। মৃচ্ছক, ১০ অ.); এতিয়া now, স. এতাৱৎ, প্রা. ইত্তিঅম্ ($ ১৮৯৷ c. প্রা. এত্তিঅমেত্ত = স. এতাৱ- আত্ৰম, মৃচ্ছক, ২ অ.); বাৰু anklets or wristlets, বৈ. খাদিঃ (armlets or anklets, ঋক ৫৫৪১১), স, কটকানি, প্রা. খড়ংআইং (bracelets, ক. ৮ অ.); চৌধাৰী headman. স. চক্ৰবাৰিক, প্রা, চৰিও; বা চৌধুৰী a noble man, স, চতুর্থী, প্রা. চউছুৰী; জুই fire; স. অ্যাতি ৰা হতিঃ ; . জুই ( ১৪০ ), বৈ. জুহৰ fire; c. হ্যবাড, জুহস্তং = হবি সানােতা অগ্নিৰ মুখ, ঋক্‌ ১১২৬); ঢিলা slack, স, শিথিল, ( ২০৬); পাহাৰ hill, স. প্রথিতক, প্রা, পঢ়িঅহৰে ; পাচ ও wrappe, স. প্রচ্ছদঃ ; পােন straight. স. প্রাণ, প্রা. পউণণা (straight , হেমচ, ৪২৯৩); পছুলী outer door, gateway, স. এতােলী ( ১৪৬); বৈনাই young sister's husband, এ. ভগিশীৱই, ইণীই, স, ভগিনীপতি; বেহাৰ mustard , সেৱাৰ (condiment of mustard); পেঙ্গু lame, স, পায়ূল্যম (limping, halting); ভিতৰ within, inner apartment, অভ্যন্তৰ ( ১৯২); ভুলে he forgets, স, বিলতি, পা, দুই, ভলেই; মাউত elephant-drive, স মহামাত্র ( ১৬৭); লাঠী a stick, club, প্রা, লটুঠিআ, স, যষ্টিকা; লেংটি a slip of cloth worn between the thighs, প্রা. লিগৱট্টে, স, লিপট্ট।