পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যকৰণ আৰু ভাষাতত্ত্ব পূর্ব ); দলং a bridge ( কছাৰী—দলং, গাৰােজলং ); দেই now ( চুটিয়া দেই =now; adverb); নঙ্গলা gate-way ( কছাৰী-নাংলা); নিচাও uncle ( খাম---নিচাও); নিছা intoxication, liking, ( তা, নিছা love, aflection, liking ); নিমখ salt, common salt, (ইচলা, নিমক); পেংলাই joke, jest, (কছা.-পেংলাই, from লাই=laugh); পােলােঙ্গা straight ( চুটি, পুলুঙ্গা straight, erect); ফটিকা distilled liquor ( কছা, ফিঠিকা distilled liquor-ইয়াৰ মূল স. স্ফটিক transparent নহয়; cf. “কটিকে লা”, বৰ, ২০১২; স. স্ফটিকম, প্রা. ফলিহাে ); ফাইডাং run this way, (কছা. ফাইডাং = to move this way); বঙ্গনি, বৰগনি subscription ( . বাৰগই =rent); বৰলা, বাল্লা widower, unmarried man (কছা. বাৰ লা =widower); বাই elder sister ( ইচলা, বাই, বই; খামতি—পাইচৌ=elder sister); ৰমলিয়া to make a loud cawing noise (as birds together) in dying ( নগাৰমলা to gather as cloud ); হােৰ। load carried on the back ( মিকি, আং হােৰ = load; cf. স. আহৰ ); লাউপানী pachwai, fermented liquor ( আহাে. লাউspirituous liquor); লিচৌ attendants, retinue ( আহো,–লিচো ); লিটিকাই an attendant ( খাছি.লেইটুকাই, lit. to wander without any useful purpose); লেখিয়া that sort of ( চুটি.-লাকিয়া =that sort of, ike); হাইজা cholera (হিন্দী, পুষ্ট বা চুটিয়া-হাইজা cholera); মেচেকা wild cat ( চুটি. মেৎচা। otter ); হজুৱা worker, labourer ( চুটি.--হজিয়া, worker); মেকুৰী cat ( গাৰো-মেংগো, মিকিৰ-মেংকালু, মেং =cat, কছাৰী—মাউজি, চুটি- মিদি); ইত্যাদি।