পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স, জুষ্ট, বৈ. জুষ্টি (ঋক্‌ ১১১০১২); তামুল, তামােল areca-nut স. তাম্বুলম্ ; পল a fishing basket, পু, অ, পলৱ, স, পলৱ ; পখৰা, পখৰা leprous, স. বা বৈ. পাকা (বাজ, স. ১২৯৭); পইত, পা boiled rice preserved under water, বৈ. পান্ত (lit. drink, beverage, ঋক্‌ ১১২২১, ১১১৫৫।১, ১০৮৮১); পাঁজি a ball of cotton from which thread is spun, স. পঞ্জিঃ ; বচ a medicinal plant, স. চা, বৈ. ৰজ (অথ, বে, ৮৬৩); বেজী a needle, বৈ. বেশী ( ঋক্, ৭১৮১৭); শিকা a carrying sling of rope, স. শিক্যা, বৈ. শিক্যম্ (অথ. বে. ৯৩৬); শিপিনী a weaver, স, শিল্পিনী, বৈ. শিপ্রিণী (=artisan, ঋক্, ১৩০১১; সাহ valour, স. সাহস, বৈ. সহঃ (ঋক্ ১২৪৬); পেখম, পেশম beauty, adornment, বৈ. পেশন (well-formed, adorned, সুপেশম =beauty, adornment, ঋক্‌ ১১৪৭২); ইত্যাদি “অর্ধ-তৎসম শব্দ। স্বৰ-বিকৃতিৰ নিয়মে পৰিবৰ্তিত হৈ অসমীয়াত সােমােৱা সংস্কৃত শব্দক “তদ্ভৱ” শব্দ বােলা যায়। প্রাকৃত বৈয়াকৰণিকসকলে “তদ্ভৱ” শব্দ দুবিধ বুলি কয়’:-(১) “সাধ্যমান” অর্থাৎ যাক বিশেষ নিয়মে সিদ্ধ কৰিব পাৰি আৰু (২) “সিদ্ধ” সংস্কৃত শব্দৰ অনুৰূপ। প্রথম বিধ শব্দ দেখাত সংস্কৃত পৰা অহা যেন নালাগে, কিন্তু দ্বিতীয় বিধ সংস্কৃতৰ পৰা আহিছে বুলি ততালিকে ধৰিব পাৰি, কিয়নাে তাৰ গঢ় প্রায় সংস্কৃতৰ নিচিনাই থাকে। যেনে, আল feeding, nourishing, স. অ (to grow, to make grow, to nourish); ওঁ aye, yes, amen, স. ওম্ ; অখটি bad conduct, স, অখটিঃ ; উজু easy, স, ঋজু (১ ১৩৩); কঁৰীয়া ear-ring স, কর্ণিকা বা কুৰীৰম্, বৈ. কুৰীৰা (lit. a kind of head ornament,

  • ১০৮৫৮); কান্না a cow-calf, a young calf, স, কালা; গইচ

heaviest, স. গৰিষ্ঠ ; গছ, গাছ a tree, স গচ্ছঃ ; চৰিয়া a basin, স, সৰিত; জাৰ বা জাড় coldness স. জাড্যম; থগী a betel-ray, স, স্থগী ; ১ “সংস্কৃতভৱা বিধা—সাধ্যমানসংস্কৃত সিসংক্ষেতি। সিংহ এত ব্যাকৰণ। ২ Cf. স. এ meaning intransitively to grow, transitively to make grow, to nourish. (Latin-alonourish; alumnus=nourished; almus enourishing, jovial).-Maxmuller's Science of Language, vol. II, p. 87.