পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

roofs; top-knot; বৈ. ভূপঃ ( it, the top-knot of hair as denoting the upper part of the head, ঋক্ ৭২১ ), স. স্তুপ (Buddhistic monument); ইত্যাদি। | (গ) শেষ ব্যঞ্জন লােপ হয়, যেনে—পতি per head, in or at every one (যেনে, গাইপতি per head ), স. প্রতি ; সাদ্ধা hankering, প্রা. সড়ঢ়া, স, শ্রদ্ধা (হে. ২৪১); ঘাম hot weather, প্রা. গিমূহহ, স, গ্রী (হে ২৭৪); শহুৰ father-in-law, স, শশুৰ : পঞ্চম আধ্যা শব্দ (Words) | ২০৯। শব্দ (word)—অর্থৱন্ত বর্ণসমষ্টি বা ধ্বনিৰ নাম শব্দ (word)। তাৰ আদি আকৃতি (elementary form )ৰ নাম প্রকৃতি (crude form)। ক্রিয়া-বােধক বা বস্তুবাচক বা বস্তুৰ বিশেষণ-বাচকক প্রকৃতি বলে। প্রকৃতি দুবিধ,ধাতু (root) আৰু প্রাতিপদিক (base)। ক্রিয়া-বােধ প্রকৃতিৰ নাম ধাতু (root) আৰু বস্তু বা তাৰ বিশেষণবাচক প্রকৃতি নাম প্রাতিপদিক (base)। ধাতু আৰু প্রাতিপদিকৰ পাচত যি যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাৰ নাম প্রত্যয় (suffix)। অসমীয়া ভাষাত হয় বিধ শব্দ আছে, অর্থাৎ সংজ্ঞা বা বিশেষ্য (Noun), বিশেষণ (Adjective), সৱনাম (Pronoun), ক্রিয়া-বিশেষণ (Adverb), ক্রিয়া (Verb) আৰু অব্যয় (Indeclinables)। | ২১। তৎসম, তয় আৰু দেশত শতপ্রাকৃত বৈয়াকরণিকসকলে সংস্কৃতমূলক শব্দবাশিক দুই ভাগ কৰিছে—(১) তৎসম আৰু (২) অন্তু। “তৎসম” পদে তাৰ (সংস্কৃত) সম বা সি যেনে ইও তেনে অর্থাৎ অবিকল সংস্কৃত শৰক বুজায়। যেনে, অমুক a certain person or thing; আপি a girl woman (বৈ আপি=woman, mother. খ ১২৬৩; ১৩১১৬); আক্রান্তি, (pressing upon); এভাৱত all-powerful