পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব প্রা. সুখিও, স. সৌণিকঃ (হে. ১১৬০ ); আ gand-father, বৈ. ততামহঃ (অথ. বে. ৫২৪১১৭); ধলা lehrous, স. বা বৈ. সিল, সিখুলা (বাজ, স. ৩০১৭; তৈত্তি, ব্রা, ৩৪১১৪১১); ঢিলা slack, প্রা. সিঢিলল (হে. ১২১৫), ঢিল্লা (কপূৰ, ১ অ.), স. শিথিল; আই small-pox, তা অম্মাই ; বাদ censure, imputation, blame, স. অপদ; চাপ, to approach, প্রা. উৱসল্পই, স. উপ+Vসৃপ, (হে, ৪১৩৯); পেট belly, স. কৃপীট; তােক | hunger, স. বুভুক্ষা ($ ২০২); ৰিহা an upper garment, a mantle (for woman), স. বহতী, বহতিকা; ভােট a Bhutia, Tibetan, স. তীবত, ভােট্ট ( ২৩২); মােচ the beard, প্রা, মসু স, শ্মশ্রু; বন work, service, বৈ. সৱনঃ (ঋক্ ১৪২; ১১৬৫), বন trouble (ঋক্‌ ১৬৭১); ইত্যাদি। | ২০৭। কেতিয়াবা শব্দৰ আদিতে অ, আ, ই আদি স্বৰবৰ্ণৰ আগম হয়, যেনে—অবিহন in the absence of, স. বিহীন ; আস্তাবল Eng. stable; ইফুল Eng, school; অকুমাৰী unmaried girl, স. কুমাৰী; ইত্যাদি। (ই) সংযুক্ত ব্যঞ্জনবৰ্ণৰ পৰিবৰ্তন। (Change of Conjunct Consonants). ২০৮। (ক) মাজত অকাৰ, ইকাৰ, উকাৰ, একাৰ বা ওকাৰ যােগ হয়, যেনে—সপন সপােন dream, প্রা. সিৱিণণা, স. স্বপ্নঃ ; শলাগ praise, প্রা. সাহা ( ১৪০ ); তবধ stupefed, স. স্তব্ধ ; ছিৰী prosperity, প্রা. সিৰী, স, ঐ; কি oath, প্রা. কিৰিআ, স, ক্রিয়া (হে. ২১০৪); পলু caterpillar, বৈ. গুষি; চেনেহ affection, প্রা. সিলেহহ, সণেহহ, স. স্নেহঃ (হে ২১০২); নােৱনি bathing অপভ্র নৃহাণু, স. স্নান (হে, ৪৩৯৯); ইত্যাদি। (খ) প্রথম ব্যঞ্জন লােপ হয়। যেনে, ফুৰ, to roam, স, ফু; থালী a cauldron, cooking pot, স. স্থালী; তুপ the apex of three | কিন্তু পেলু tape-worm, , পী।