পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদি ব্যঞ্জনৰ পৰিবর্তন ২০১। ফ’ৰ ঠাইত প বা ব হয়, যেনে—পৰশ touch, প্রা. ফৰসই, স. স্পর্শতি (হে, ৪১১৮২); পেলা, ফেলা to throw, প্রা. ফেলই, স. পাতয়তি; বােৰ many (suffix for plural ), কছা. ফুৰ (many); ইত্যাদি। | ২০২। ব’ বা ‘ব’ৰ ঠাইত ভ বা প হয়, যেনে—ভােদা dull foolish, স, বঠঃ ($ ১৭২); ভই one of the three myrobalans, স. বিভীতকঃ ($ ১৭৫); ভােট a Bhutia, স, তীব্বতঃ বা ভােট্ট; পিৰালি verendah, স, বিতর্দি ($ ১৮৬); ভােক hunger, প্রা. বহুক্খা, স. বুভুক্ষা; ভাপ ভাফ, steam, gas, প্রা. বপফো, স. বাষ্পঃ ; ইত্যাদি। ২০৩। সাধাৰণতঃ ‘ৱৰ ঠাইত ব হয়, যেনে-বাঘ tiger, প্রা. গ ঘাে, স, ব্যাঘ্রঃ : বাছা son (a term of endearment), প্রা. বচ্ছ, স. বৎসঃ (হে. ৪২৮২); বিয়লি afternoon, প্রা. ৰিআলি, স. ৱিকালঃ (হে. ৪৩৭৭); বিয়পা spread, প্রা. ব্যৱডো, স. ব্র্যাপৃত (হে. ১১২০৬) ( $ ১০৫ দেখা ) ইত্যাদি। ২০৪। ৰ'ৰ ঠাইত ল আৰু ‘ল’ৰ ঠাইত ৰ হয় ($$ ১০১, ১০৩)। | ২৫। শ’ আৰু ‘স’ৰ ঠাইত ছ বা চ হয়, যেনে—ছি head (said of fish), প্রা. সিৰো, স, শিৰঃ (হে. ১১৫৬); চেনেহ affection, প্রা. সণেহহ, নেহাে, স, স্নেহঃ (ব. ৪৬৪) ছিৰী welfare, prosperity, প্রা. সিৰী, স. : (হে. ২১০৪); ছিপি oyster, shel, প্রা. সিপ্পী, সুত্তী, স. শুক্তিঃ (হে. ২১৩৮); চৰকাৰ Government, state, ইচলা. সৰকাৰ ; চুৰু beginning, ইচলা, শুক; ছাবাছ hurrah, ইচলা. শাবাশ ; চোকোৰা bark, scales, স. শকলম; ছােকোলা skin or scales (as of fish), স. শকুল; চান sign, প্রা. স্যা, স. সংজ্ঞা (হে. ২৪২); ছিটা vaccination, স. শীতলা (small-pox); ইত্যাদি। ক। বিলােপ (Eligion) আৰু আগম (Addition)। ২৬। বৰ্ণৰ লােপ হয়। যেনে, আঁ a coin of the value of 4 cowries, প্রা, গন্ডাে , মা, প্রা. গংড, স, গণ্ডক; বণিয়া goldsmith, 15 ১ cf. প্রা. আ কমং ফেলদু যথা পাণিজং পাইল ন হােদিস, তথা কর্দমং ক্ষিপতু যথা পানীয়ং পাৱিলং ন অৱতি, মৃচ্ছক. ৮.। । কিন্তু বণিয়া merchant, trader, . বণিজ।