পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২। অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (৪ ১৪৫); জপ, ঝাপ a spring, a jump, প্রা. ঝম্পাে, স. ঝম্প (হে. ৪১১৬১); জিলিকা shone, অপ, ঝলকিঅউ, স. ঝল্লিকা, বলা, (cf. হি. ঝলকনা to shine); কিন্তু স. এল to shine ( হেমচ, ৪৩৯৫)। কেতিয়াবা ছ’ৰ ঠাইতাে জ হয়, যেনে—লোপ, জোপা, ছােপ a participle used to denote a tree, স. দুপঃ (a shrub, a bush)। অতি বিৰল। ১৯৭। কদাচিত ‘টৰ ঠাইত ঠ হয়, যেনে—ঠে leg, স. টংকঃ, টংগা; ঠাট্টা a joke jest, স. টটৰী। কেতিয়াবা ড’ৰঠাইত ঢ হয়, যেনে—ঢাল to poun, প্রা. ডলই, স. ধাৰা (হেমচ, ৪১০ ); ইত্যাদি। | ১৯৭। ত’ৰ ঠাইত ট, ঠ, থ ব দ হয়, যেনে-টুই to decrease, to be exhausted, প্রা, দুটই, স. টয়তি (lit. to break, tear, snap, হে, ৪২৩০); ঠোট beak, প্রা. তােণ্ড, স, তুণ্ড (হে. ১২০); দাহৰী young frog, বৈ, তাহুৰী ( ১৪০ ); দৰে like, ইচলা. তৰহ; দুষৰু a kind of musical instrument, স, তুম্বৰ। কেতিয়াবা ‘চ’ হয়, যেনে—চাউল rice, স, ততুল; উঁচ, to cut, to hew, প্রা. চচ্চই, তই, স. তক্ষতি (Vত; ইত্যাদি। | ১৯৯। দ’ৰ ঠাইত ড হয়, যেনে—ডৰ fear, প্রা, ডৰ, স, দৰ (হে, ৪১৯৮ : ১২১৭); ডাল branch, , দাল, অপ, ডাইং, স. দাৰক (হে, ৪৪৪৫); ডােল, ডােৰা thread, প্রা. ডােৰে, ভােলাে, স, দোৰঃ (cf. হে. ১২১৭); ডাঠ thick. প্রা. ও, স, দই (হে, ৪৪২২), মাৰা, দাই (thick); ভােলা, দোলা plantain bark, স, ড্রোণিঃ (plantain tree), বৈ. দ্যুম (lit. raft of plantain plant; ॥ ৮১৯১৪); ইত্যাদি। কেতিয়াবা ‘ট হয়, যেনে—টোকন a stick, স, ঘণঃ, দুঘণঃ (an ron dub; a wooden mace); ইত্যাদি। ২০•। ‘প’ৰ ঠাইত ফ বা ব হয়, যেনেছ, কাচ nocce, স. পাশ; বােকা, পেঁক mud প্রা. পমকো, পয়ে, স, পঃ ( ১৩); বাটি a cup স পাত্রিক বা পাৰিকী, তা পাৰি ; কাকতি sport, jesting , পাগতি; কেঁচা, পেচা an owl স. পেচক; যেটা daughte, প্রা. বিআ, স, পুণি (হে. ৪৩৩• ); ইত্যাদি।