পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদি স্বৰৰ পৰিবর্তন ১৯ (হেমচ. ২৩৬); ঠৰ paralysed, প্রা. ডিটেস. স্তব্ধ (হেমচ, ২৩৯ ); কৰি, কড়ি cowrie. প্রা. কৱজ্ঞাে, স. কপদ (হেমচ. ২১৩৬); ইত্যাদি। (ঙ) আদি ৰ পৰিবৰ্তন (Change of Initial sound)। ( () একক (Single vowel)। ১৮৭। “অ’ৰ ঠাইত ‘আ’ হয়, যেনে—আগলি tg piece, অপ, অগগলউ. স. অগ্রম্ (হমচ, ৪৩৪১; হি. অগলা); আজাৰ, এজাৰ charcoal প্রা. অগাৰৰ, স. অঙ্গাৰঃ (হে. ১১৪৭); আঙ্গুলি finger, প্রা. অলিউ, স, অঙ্গুলিঃ (হে. ৪৩৩৩); আলা thick smoke, soot, স, অলংধুমঃ ; আর্চি looking glass, বৈ. অর্চি ( it. light : ঋক ১৯২৫), স, অচিঃ ; আমলা acid (said of molasses), মা, প্রা. অমলিআ, স, অমিকা, অম্ন ; আঁজলি a cavity formed by folding and joining the two hands, স. অঞ্জলিঃ ; আচ্ছা very wel, বৈ. অচ্ছা (ঋক ১২২); ইত্যাদি। কেতিয়াবা ‘এ’ হয়; যেনে, এৰাল a tether, স, অল (a preading like the spokes of a wheel); ইত্যাদি। ১৮৮। ‘আ’ৰ ঠাইত বিকল্পে ‘এ’ হয়, যেনে—আন্ধাৰ এন্ধাৰ darkness ($ ১৮৭); আলাহ, এলাহ idleness, স. আলস্যং : আৱা, এঁৱা raw, liquid ( milk), স, আমক, বৈ. আমা ($ ১৬৯): আছাৰি, এছাৰি lit, plougher's goad, বৈ. অষ্ট্ৰা, আষ্ট্রা (ঋক্ ৪৫৭৪): আদা এদা ginger, স, আকম; ইত্যাদি। ১৮৯। ই’ৰ ঠাইত এ। যেনে, এতিয়া’ now, প্রা. ইডিয়ম, স, এতাৱৎ (হেমচ, ২১৫৬); এন্দুৰ rat, স, ইন্দুৰঃ ; একৰাৰ agreement, ইচলা. ইকাৰৰ ; এলেকা jurisdiction, ইচলা, ইলাকা; এৰা yes, স. ইড়া (lit. praise); এৰ to let go. স. ঈৰ; ইত্যাদি। ১৯০। উৰ ঠাইত ‘ও। যেনে, ওমল, উমল to play, . উম্মিলই, স. উন্মিলতি (হে. ৪া২৩২, ৩৫৪); উৎ, ওৎ idleness, preservation, স, উতি, বৈ. উতিঃ (ঋক্‌ ১১২৩৬); ওঢ়, উৰ to wea, এ, উড়ই, উঅডটেই. স. উপখ্রিয়তে ; উভত, ওভত to turn round, এ. ১ ৪ ৩৩৯ (ক) দেখা।