পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব উই, স. উত্ততে (হে. ৪১৪৪); ওজা preceptor, physician, এ. উন্নাও, পা, উপরায় (কাচা. ২৯• ), স, উপাধ্যায়ঃ (হে. ১১৭৩); ও objection, ইচলা. উজৰ; ওকণি a louse, স, ওকণিঃ ( উৎকুণঃ); ওখনি, উখণি a kind of stick for threshing corn, স, উপক্ষেপণম্ ; ওপচ, to heap up, স, উপচি ; ওপ, to be born, স, উপvজন, পালি উপজ (কাচ্চা ; } ২৯৩); ইত্যাদি। ১৯১। ‘এ’ৰ ঠাইত ‘অ' আৰু ‘এ’ৰ ঠাইত ‘অ’ বা ‘উ হয়, যেনে অকল solitary, single, প্রা, একল্লো, একলো, স. একলক, একল (হে. ১১৬৫); আজৰা, অ to empty by transfer, to pour, প্রা. ওবাে , স, নিঝব (হে, ১৯৯৮) বা স. vউন্ম, ( to give out, to drop on pour down); উচুকা to excite, প্রা. ও ই ( ১৭৯); উড়ী wild. rice, স, ওড়িকা, ওড়ী; উষা, উe boiled, স, ওঃ (cooking, boiling); উখা (উe in উখামুখা) quickly, immediately, স. ওযং; ইত্যাদি। | ক। বিলােপ (Dion)। ১৯২। অ, আ আ উ লােপ হয়, যেনে-ওটা small underground drain, স. আৱতঃ (lit. artificial underground wel); ভিজে he gets wet, পৃ. অন্তিই, স, অভ্যায়তে (H. $ 172): আঙা, অঙ্গা upper garment, a long coat, মা, অংগ, স. অধ্যক; কুচ worthless, ugly, বৈ. অকুণ্যংচ; ভিতৰ within, মা. প্রা. অন্তিত, স, অভ্যন্ত; হােৱাৰ horseman, প্রা. আসােৱাৰ, স. অশৱাৰ (ব. ১২); খৰি firewood, বৈ. আখৰেষ্ঠ (শতপ, ব্রা, ১২৬১), স, বৰঃ (fire-place); পানৈ sandal, স. উপানহ; ডিম, ডুম fg-tree, স, উদুম্বৰঃ ; কৰ bud, প্রা. কুৰ, ৰং, স, উৎকৰ (কম. ১); লাউ লাও bottle-gourd, প্রা. অলাউ লাউ, স, অলাৱ (হে, ১৬৬); মখা clotted curd স আমিক্ষা (mixture of boiled and coagulated milk), বৈ, আমি (a mass of clotted cmd, অথ. বে. ১৯১৩), স, আমি (cmd of milk & whey); ভ্যাদি।