পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ফাঁকি a tick, fraud, স. ফকিকা; ৰঙা red, প্রা. বগগগা, যতো, স, ৰক্ত (হেমচ, ২১০); বিছা hairy caterpillar, প্রা. ৱিও, বিমচু, স. বৃশ্চিক: ($ ৯১); কেঁচু earthworm, প্রা. কিমচুল, স, কিথুলক। গঘ- ঠাইত ই হয়। যেনে, মহা (মহড়া) high priced, প্রা. মহগছে, স. মহার্ঘ। ক'ৰ ঠাইত কেতিয়াবা ‘খ’। যেনে উথ to leak, তামি. ও । ১৮৩। ক ঠাইত , ও বাং হয়। যেনে, কে mud, প্রা. পক্কো, পমকো স. পঃ (হেমচ, ১৩০ ); কাকৈ a comb, স. কঙ্কতী, কৰুতিকা ; কাল, কাল, কাঙাল, destitute, poor, প্রা, কালাে, কঙকালাে, স. কঙ্কালঃ (হেমচ. ১৩০ ): ঠেঙ, leg, স. টঙ্ক, টংগা; পালং bed-stead, প্রা. পল্লঙ্কো, স. পর্যঙ্কঃ (হেমচ, ২৬৮); ইত্যাদি। | ১৮৪। স’ বা ‘শ’ৰ ঠাইত কেতিয়াবা ‘হ হয়। যেনে, মঙহ, মঙ্গহ meat flesh, প্রা. মম্‌স, মাংস, স, মাংস (হেমচ. ১২৯); বঙহ, বঙ্গহ family; clan, প্রা. সাে, স. বংশ; ইত্যাদি। ১৮৫। ক্ষ’, ‘খ’ আৰু কেতিয়াবা ‘চ্ছ’ৰ ঠাইত ‘খ’ হয়। কদাচিত জ’ৰ ঠাইত ‘তও হয়। যেনে, আখি eye প্রা, অখি, অচ্ছি, স. অক্ষি (হেমচ, ২০১৭); উহা swelling, স. উচ্ছােফ (cf. স. উচ্ছন=swelling); পেখ to see, প্রা. পেচ্ছই, স. প্রেক্ষতে (এ+ vই $ ৩৫২); মাখি a dy, প্রা. খিআ, মচ্ছিআ, স, মক্ষিকা (হেমচ, ২০১৭); আচৰিত wonderful, প্রা. অচ্ছৰিজ, স, আশ্চর্যম্ (হেমচ. ২৬৭); ওখ high, স. উচ্চ ; চোকা sharp, প্রা, চোখ, স. চোক্ষ (sharp, pungent, keen)। | কদাচিত ‘ছ’ৰ ঠাইত ‘ক’ হয়, যেনে—উজলা, উছলা raised upward ( said of a tooth, prominent ), স, উচ্ছল। কেতিয়াবা সংস্কৃত ‘ক্ষ- ঠাইত ব’ হয়। যেনে, কাষ side, স, কক্ষ; আষল pin on which is supported the foot-pestle, স, অলক (a linch-pin, a pin which fastens the yoke to the pole); cf. আষলশলাই (স. অলক-শলাকা); ইত্যাদি। ১৮৬। কদাচিত ‘ড়’ আৰু ‘ভট’ৰ ঠাইত ৰ' বা ল হয়, যেনে- গত, গাৰা hole, প্রা, গড়াে, গড়া, স. গর্ত (বৰ, ৩২৫; হেমচ, ২৩৫); পিৰালি verandah, balcony, প্রা. বিজড্ডা, স, বিতর্দি