পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদমধ্যৱৰ্তী ব্যঞ্জনৰ পৰিবর্তন ৬। ব্যত্যয় (Tranoition)। ১৮০। কোনাে কোনাে শব্দৰ বৰ্ণবিন্যাসৰ সালসলনি হয় আৰু কেতিয়াবা আন ব্যঞ্জনবর্ণ বােগ হয়। যেনে, হালুক weak, প্রা. হলুং, সহজং, স, লঘুক ( ১৪০ ); বানচ, price, স, বগম ( ১৭৯); ডুবে, বুৰে he sinks, প্রা. বুই, স, কৃতি (ঞড়; হেমচ. ৪১০১); টোপােলা a bundle, স, পােটলিকা; নহৰু, ৰহন garlic, স, লণ্ডনঃ ; টকলা bald, bald-headed, স, খট, খল্লিট; মাৰহট mahrattas, প্রা. মহঠম, স, মহাৰাষ্ট্ৰম (হেমচ, ২০১১৯); দই, দ deep, প্রা. দহহ, স. দুহঃ বা হ্রদঃ (হেমচ, ১১২); লােৰ, to gather (as firewood ), প্রা. আবােলই, স. আলুতি (হেমচ, ৪১০২), বা প্রা, সােড়ই, স, ললাটতি (takes away); পােৰ itteen, প্রা. পাহ, পৰস, স. পঞ্চদশ ( হেমচ. ২৪৩ ১২৩); নিনৱৈ ninety-nine, প্রা. উৰৱই, স. নৱনৱতিঃ ( ২৮৯); এঘাৰ eleven, প্রা. এআৰহ, স, একাদশ (হেমচ, ১২৬২); তাৰি , তাকুৰ a spindle, স. তকু; বৰগনি subscription. তা বাৰগই: বান্দৰ monkey, স, বানৰ; খিচ mud from dung of urine (of cattle) স চিক্লিদ; অথিতি a guest, স, অতিথিঃ ; অস্ব a small drum of the shape of an hour-glass. স. ম ; ইত্যাদি। | (বা) সংযুক্ত ব্য ন (Conjunct consonant)। ১৮১। সন্ধিৰ লগত সংযুক্ত ব্যঞ্জনবর্ণৰ বিকৃতিৰ নিয়ম দিয়া হৈছে ($ $ ৮২-৯৬)। ইয়াত কেৱল বিশেষ নিয়ম কেইটিমানৰ আভাস দিয়া হল। | ক। বিবিধ সংযুৰ বিকৃতি। (Anomalous phonetic change of conjnet consonant) ১৮২। (ক) (ক), গগ আৰু ৰ ঠাইত কেতিয়াবা যথাক্রমে । বা , " (৩) আৰু ই হয়। যেনে, কেঁকোৰা a cab, প্রা. কya, ক ঙ্গো , স, কর্কটক ( ৯৫); টাঙনা. টনা colk (lit. a swift steed), বৈ. কনঃ (ঋক ১৬৬২), স, টন (a species of horse);