পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু তাৰাতত্ব ওহাৰ udder, স. উৎস বৈ. উধৰ (ঋক্ ১৫২৬); ওই iguana, প্রা, গােহিআ, স, গােধিকা; ইত্যাদি। | ১৬৩। ফ’ৰ ঠাইত কেতিয়াবা প বা ৰ হয় ( ১৪•)। যেনে, সেপ phlegm, প্রা. সেফো, স, শ্লেষ্ম (হেমচ, ২৫৫); শিপা root, স, শিফা ; শেৱালী a kind of aower, প্রা. সেহালিমা, সেলিআ, স, শেফালিকা (হেমচ. ১২৩৬); ইত্যাদি। ১৬৪। ভ’ৰ ঠাইত ব, ব ব হ হয় ( ১৪০ )। যেনে, বহুত many, much, প্রা. বহুও, স. প্রভূত (হেমচ, ১২৩৩); শুৱনি beautiful, প্রা, সােহল, স. শােভন (ব, ২২৭); কৈটব name of a demon, প্রা, কইটৰৱ, স, কৈটভঃ (ব, ২২৯); সুৱাগ, সােৱাগ good fortune, প্রা. সুহগগং, স. সৌভাগ্যম (হে. ১১৬০ ); সবাই gathering for prayer, স, সভা; বাখৰ precious stone, স, ভাস্ক; ইত্যাদি। | ১৬৫। কদাচিত শ’ আৰু য’ৰ প্রকৃত মহাপ্রাণ (spirant) হ মাত্র থাকে। যেনে, মিহলীয়া mixed, প্রা. মীসালিং , স, মিত্র, বৈ, মিশ্ল (হে. ২০১৭•); দাহ gad, ly, স. দংশঃ ; দহ ten, প্রা. দহ, দস, স. দশ (হে. ১২৬২); কাহা, কেঁহা asringent, প্রা. কসাও, স, কষায় (হে, ১২৬০ ); উহ (lit. salt ground), স. উষ, উব; মহী ink, প্রা. মসী, স, মষী, মসী (ব, ২৪৩); নীহালি warm cloth, স, নীশাৰ; উকহ (eagle) পালি-উসাে, স, উৎক্রোশঃ (কচ্চা. $ ২৯• ); নহ (heat, warmth), স. ঝ; ইত্যাদি। | ৩। অ প্রাপ্তি (Vocalisation) ১৬৬। ’ৰ ঠাইত ই, ও বার হয়। যেনে, সদাই always, বৈ. সদ্যশ্চিৎ স. সাহি; শও, শ hundred, মা, প্রা. সয়ং, স, শতম; ঘিউ clarified butter, প্রা. বয়ম,স. ঘতম; বোতী female weav, স, বয়িত্ৰী; আচ, to make furrow with a plough, এ, অ ই (হে, ৪১৮৭); হাইৰান veration, ইচলা, হায়ন; বাইল earnest money, চলা, বায়না; বইনামা sale-certificate, ইচল ; পুইশ virtue, religious nnat, স. পুণ্যম্ ; ধইন lucky, blesed , যত; ইত্যাদি। ১৬৭। বৰ ঠাইত সাধাৰণত উ বা ও হয় আৰু কেতিয়াবা