পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-ৰিকৃতিৰ সাধাৰণ নিয়ম হ অ বা প হয়। যেনে, দেউ, দেও sir (used in addressing a prest or a respectable person), প্রা. দেব, স, সে; দেউতা (h lord) father, এ. দেআ, স, দেৱতা (হেমচ, ১১১৭৭); দানই demon, এ দাণৰকা, স. দানৱ ; শাও brown, dark- coloured, বৈদিক-শাবাে (ঋক ১১৭১১১), স. শ্যাম ; কোন, কুনি who, অপত কপু, কণ, স, কো দু (হেমচ, ৪৩৬৭, ৩৯৫); তেও not withstanding, অপ, তের, স, তথাপি (হেমচ. ৪৩৯৭); আওৱাৰ wrong door, প্রা, অৱদাল, স, অপাৰম্ (হেমচ. ১২৫৪)। সেইদৰে, আওকথা unreasonable word, আওঘটনা unnatural event, ইত্যাদি। আও= অত্ত, স, অৱ, অপ উপসর্গ। আহ, come, প্রা. আৱহি, বৈদিক আগহি (ঋক ১১৩২), স, আয়াসি (হেমচ, ৪১৪২২); হও I am, অপভ্র, হৱিঅউ, প্রা, হৱিঅস্থি, স, ভূতােহম্মি (Hornle; Comp. Gramm. $ 122, cf. also $ ৩৯৩); মাউত elephant-driver, প্রা, মহাৱন্তু, মহামহত্যা, স. মহামাত্ৰ (মৃচ্ছক.; ২অ.); বিয়া married, স. ৱিৱাহিতা (c, “বিয়াতা স্বামীত কেনে ভৈলি নিকাণী”। মা, ক.); হিচাপ account, ইচলা, হিচাব ; হেঁপাহ craving, desire, ইচলা. হেৱাস; আঞ্জা curry, স ব্যঞ্জনম্ (lit. a sauce); ইত্যাদি। ৪। বিলােপ (Elion)। ১৬৮। ণ, ন:-ঠাই থান place, অপ, ঠাউ, ঠাণু, প্রা. ঠাণু, স. স্থান (হেমচ, ৪৩৩২, ৩৬২; ২৭); পঁইত্রিশ thirty-five, প্রা. পাতীসা, পণতীসা, স, পঞ্চত্রিংশৎ (cf. হেমচ. ২৪৩, ১৭৪); কুঁয়া rotten, প্রা, কুণৱ, ল, কুশপ (হে. ১২৩১; lit. dead body); কেক ear-ornament প্রা. কমছু, স, কর্ণেল; সাৰী, শাৰী a continuous line, , সৰণিঃ সৰণী ( straight or continuous line), বা সশৰণিঃ শৰণী (a row or line); ইত্যাদি। ১৬৯। ম:-আঁঙ্গী day of new moon, .. অমাৱসী; সুৱৰি (উ. অৰি) remembering, অপ, সুমৰি, স, অ (হেমচ, ৪৩৮৭); মা middle, মমিমা, স. মধ্যম (হে, ১৯৪৮); কন্ধ headless trunk, , কমংখাে, কয়য়ে, স, কব (হেমচ, ১২৩৯); গাের্সাই precept, অপ,