পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম ২। লঘুৰুণ (Reduction)। | ১৫৮। খ’ আৰু ‘ঘ’ৰ ঠাইত যথাক্রমে ক আৰু গ হয়; কেতিয়াবা হ হয়। যেনে শাকিনী, শাঁখিনী unlucky woman, প্রা. সখিণিআ, স, শখিনিকা (cf. হেমচ, ১১৮৭); টকলা bald, bald-headed স. বাট, খল্লিট; শিহা wick (lit. fame), প্রা. সিহা, স, শিখা (হে. ১১৮৭); সাঙ্গোৰ to tie in a couple, প্রা. সম্ঘড়ই, স. সংঘটতি (হে. ৪১১১৩); দেৱৰ (দেওৰ) temple, প্রা. দেঅঘৰং, স, দেৱগৃহ; গােগ intermediate place, স, ঘােংঘ (c. বৰিগােগ, জানিগােগ); মহঙ্গা dear, স. মহার্ঘ ; বগা white, প্রা. বল, স. বলক্ষ; ইত্যাদি। ১৫৯। ছ আৰু ঝ কদাচিত চ আৰু জ হয়। যেনে, পুহ to rub or sweep with anything, প্রা, পুই, স. প্রতি (প্র+vউৎ; হেমচ, ৪১০৫); সমজা to explain, to point out, পৃ. সংবুই, স, সম্ভধ্যতে (হেমচ, ৪২১৭); পাজ to keep off, প্রা, পৰই স, প্রচৰতি ( হেমচ, ৪১৭৩); জুৰী a spring, fountain, steam, স, ঝ, ঝ, ঝৰী ( $ ১২৪); ইত্যাদি। | ১৬০। ঢ’ ৰ ঠাইত ঢ় বা হ হয়। যেনে, কয়, কহে he speaks, প্রা. কই স, কথয়তি (হেমচ, ৪২২০); পঢ় read, প্রা, পট, স, পঠ (কপূৰম, ১অ); পহিল first, প্রা. পঢ়মমা, মা, প্রা, পটমিল্পে, স, প্রথম (হেমচ, ১২১৫); পাহাৰ hill প্রা. পঢ়িঅঅড়ে, স. প্রথিতক ( Hornle; Comp. Gram. $ ii8); ইত্যাদি। | ১৬১। থ’ৰ ঠাইত ত (ঠ) বা হ হয়। যেনে, কহ a decoction, স, কাথ; গিৰস্ত, গিৰিহত, গৃহস্ত householder, মা. প্রা. গিয়ে, স, গৃহস্থঃ (হে. ৪২৯১); গাঁঠি not, প্রা. গঠি. স. গ্রন্থি (কপূ. ১), বা প্রা. গিঠি (হে. ১১২৮); যহত passable, প্রা. জহ তহ, স, যথাতথা (হে, ১৬৭); শিখান, শিতান head of the bed, স, শিৰস্থান, (see $ ১৪•); ইত্যাদি। ১২৬। খ’ৰ ঠাইত হ বা লােপ হয় ( ১৪•)। যেনে, দৈ, জহি curd, প্রা. দহী, স দখি (মৃচ্ছক. ৭ অ; হে, ৩১৬); দোহাৰ cut into two এ, দোহা কিই, দোহাইঅং, স, দ্বিধা কৃ (ব, ১৯১৬; হে ১৯৭);